01/08/2026
অৰুণোদয়—
অসমৰ নাৰী সমাজৰ সবলীকৰণৰ এক শক্তিশালী আধাৰ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা দেৱে পূর্বে ঘোষণা কৰা ৩ আগষ্ট তাৰিখৰ পৰিৱর্তে দুদিন আগতেই অৰ্থাৎ আজিৰ পৰা এই আঁচনি পুনৰ আৰম্ভ হব । এই আগষ্ট মাহৰ সংস্কৰণত পৰিস্থিতিৰ গভীৰতাক উপলব্ধি কৰি অধিক বান প্রভাৱিত জিলাকেইখনৰ আইমাতৃ-ভনীসকলক ২৫০০ টকাকৈ দিয়াৰো সিদ্ধান্ত বিজেপি চৰকাৰে গ্রহণ কৰিছে ।
CMO AssamHimanta Biswa SarmaBJP Assam PradeshBJP Darrang District