BJP OBC Morcha Darrang

BJP OBC Morcha Darrang Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP OBC Morcha Darrang, Political Party, Mangaldai.

পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ উপ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সামাজিক মাধ্যম বিভাগৰ আহ্বায়ক  Mintu Saharia লৈ জন্...
12/04/2026

পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ উপ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সামাজিক মাধ্যম বিভাগৰ আহ্বায়ক Mintu Saharia লৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সন্মানীযা Nilima Devi  ডাঙৰীয়ানী হৈ পূৱ -মঙলদৈ মণ্ডলৰ অন্তৰ্গত ৬৬,৮৩,৮৪বুথত ঘৰে ঘ...
04/04/2026

৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সন্মানীযা Nilima Devi ডাঙৰীয়ানী হৈ পূৱ -মঙলদৈ মণ্ডলৰ অন্তৰ্গত ৬৬,৮৩,৮৪বুথত ঘৰে ঘৰে ৰাইজৰ মাজত অন্যান্য পিচপৰা শ্ৰেণী মৰ্চা (OBC )নিৰ্বাচনী প্ৰচাৰ ।

BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
BJP Darrang District
Dilip Saikia
Subhash Dutta
Manash Borah

04/04/2026
03/04/2026
আজি ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ মণ্ডলৰ বিভিন্ন বুথত ঘৰে ঘৰে ৰাইজৰ মাজত অন্যান্য পিচপৰা শ্ৰেণী মৰ্...
02/04/2026

আজি ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ মণ্ডলৰ বিভিন্ন বুথত ঘৰে ঘৰে ৰাইজৰ মাজত অন্যান্য পিচপৰা শ্ৰেণী মৰ্চা (OBC )নিৰ্বাচনী প্ৰচাৰ ।

BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
BJP Darrang District
Dilip Saikia
Subhash Dutta
Manash Borah
Nilima Devi

মঙ্গলদৈ বিধান সভা সমষ্টিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ  সন্মানীয় কাৰ্যকৰ্তা সকলে অন্যান্য পিছপৰা শ্ৰেণী বসতি প্ৰধান অঞ্...
01/04/2026

মঙ্গলদৈ বিধান সভা সমষ্টিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় কাৰ্যকৰ্তা সকলে অন্যান্য পিছপৰা শ্ৰেণী বসতি প্ৰধান অঞ্চল সমূহত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁ‌টৰ মনোনীত প্ৰাৰ্থী Nilima Devi হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।

BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
BJP Darrang District
Dilip Saikia
Subhash Dutta
Manash Borah
Ganesh Ghosh

ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সভাপতি শ্ৰীমকুন্দ ডেকা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি ...
29/03/2026

ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সভাপতি শ্ৰীমকুন্দ ডেকা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি Ganesh Ghosh ডাঙৰীয়াই খাৰুপেটীয়া মণ্ডলৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মঙলদৈ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁ‌টৰ মনোনীত প্ৰাৰ্থী Nilima Devi ডাঙৰীয়ানীক আশীৰ্বাদ প্ৰদান কৰিবলৈ দলীয় কাৰ্যকৰ্তা তথা উপস্থিত ৰাইজক আহ্বান জনাই।

BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
BJP Darrang District
Subhash Dutta
Manash Borah

ভাৰতীয় জনতা পাৰ্টি দৰং জিলা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি শ্ৰীগনেশ ঘোষ ডাঙৰীযা সমন্বিতে অন্যান্য বিষয়ববীয়া সকলে আ...
28/03/2026

ভাৰতীয় জনতা পাৰ্টি দৰং জিলা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি শ্ৰীগনেশ ঘোষ ডাঙৰীযা সমন্বিতে অন্যান্য বিষয়ববীয়া সকলে আজি পশ্চিম মঙ্গলদৈ মণ্ডলৰ ১৮৩,১৮৪,১৮৫ বুথত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টি,মিত্ৰজোঁ‌টৰ মনোনীত প্ৰাৰ্থী মাননীয়া শ্ৰীনীলিমা দেৱী ডাঙৰীয়ানীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।

আজিৰ নিৰ্বাচনী সভাত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁ‌হাৰিয়ে ইয়াকে প্ৰমাণিত কৰে যে অন্যান্য পিছপৰা শ্ৰেণীৰ অঞ্চলসমূহত আমাৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে অভিলেখ সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ'ব।

BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
BJP Darrang District
Dilip Saikia
Subhash Dutta
Manash Borah
Makunda Deka New

ভাৰতীয় জনতা পাৰ্টি দৰং জিলা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি শ্ৰীগনেশ ঘোষ ডাঙৰীয়া সমন্বিতে অন্যান্য বিষয়ববীয়া সকলে খ...
28/03/2026

ভাৰতীয় জনতা পাৰ্টি দৰং জিলা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি শ্ৰীগনেশ ঘোষ ডাঙৰীয়া সমন্বিতে অন্যান্য বিষয়ববীয়া সকলে খাৰুপেটীয়া মণ্ডলৰ ৫১,৫২,৪৭ বুথত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টি,মিত্ৰজোঁ‌টৰ মনোনীত প্ৰাৰ্থী মাননীয়া শ্ৰীনীলিমা দেৱী ডাঙৰীয়ানীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।

BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
BJP Darrang District
Dilip Saikia
Subhash Dutta
Manash Borah
Nilima Devi
Makunda Deka New

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when BJP OBC Morcha Darrang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share