BJP South Salmara Mankachar

BJP South Salmara Mankachar Nation First, Party Next, Self Last.

06/04/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হোজাইত সম্বোধন কৰা বিশাল জনসভাৰ পৰা

06/04/2026

LIVE

04/04/2026

ৰাজ্যিক কাৰ্যালয়ত পৰা মাননীয় মন্ত্ৰী শ্ৰীযুত পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ সংবাদ মেলৰ পোনপটীয়া সম্প্ৰচাৰ


31/03/2026

: ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠান ।

07/03/2026

: জন আশীৰ্বাদ যাত্ৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ...

06/03/2026

পোনপটীয়া সম্প্ৰচাৰ-

18/02/2026

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নৱীন ডাঙৰীয়াৰ উপস্থিতিত ডিব্ৰুগড়ত আয়োজিত পৃষ্ঠা প্ৰমুখ সন্মিলনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ...

26/01/2026

ৰাজ্যিক কাৰ্যালয়ত গণৰাজ্য দিৱস উদযাপনৰ পোনপটীয়া সম্প্ৰচাৰ...

25/01/2026

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ উপলক্ষে ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত নবীন ভোটাৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ...

25/01/2026

এটি কলি দুটি পাত' Live

24/01/2026

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ...

আজি ভাৰতীয় জনতা পাৰ্টী দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিজেপিৰ মূখ্য কাৰ্যালয়ত সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি সন্মানীয় ...
26/06/2024

আজি ভাৰতীয় জনতা পাৰ্টী দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিজেপিৰ মূখ্য কাৰ্যালয়ত সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি সন্মানীয় শন্তিয়াছ কুজুৰ ডাঙৰীয়া উপস্থিতত যোৱা লোকসভা নিৰ্বাচনক লৈ এখন বিশেষ সভা অনুষ্ঠিত হৈছিল।
এই সভা খনত সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি সন্মানীয় শন্তিয়াছ কুজুৰ ডাঙৰীয়াই সমূহ কাৰ্যকৰ্তা ধন্যবাদ জ্ঞাপন কৰে আৰু অহা দিনত দলৰ হৈ ভাল কৈ কাম কৰি যাবলৈ
অনুৰোধ জনায়।
আজিৰ এই বিশেষ সভা খনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা সভাপতি সন্মানীয় অধীৰ চন্দ্ৰ দাস ডাঙৰীয়া, জিলাৰ সাধাৰণ সম্পাদক উদয় কুমাৰ ৰয় ডাঙৰীয়া বিজেপি নেতা ওছমান গণি ডাঙৰীয়া,খলিলুৰ ৰহমান ডাঙৰীয়াৰ লগতে ৰাজ্যিক সমিতিৰ আমন্ত্ৰিত সদস্য সন্মানীয় আবু নাসিৰ ডাঙৰীয়াৰ লগতে সংখ্যালঘূ মৰ্চাৰ উপ-সভাপতি সন্মানীয় আঃছালাম সা ডাঙৰীয়াৰ ওপৰিও জিলাৰ বিষয়ববীয়া, বিভিন্ন মৰ্চাৰ সন্মানীয় জিলা সভাপতি সকল আৰু জিলাৰ অন্তৰ্গত বিভিন্ন মণ্ডলৰ মণ্ডল আৰু বিভিন্ন মৰ্চাৰ মণ্ডল সভাপতি লগতে সদৰ হাটশিঙীমাৰী মণ্ডলৰ মণ্ডল প্ৰভাৰী সন্মানীয় মফুজল হক ডাঙৰীয়া উপস্থিত থাকে।
Bhabesh kalita ভৱেশ কলিতা
Himanta Biswa Sarma
BJP Assam Pradesh
Santiuse Kujur

Address

Mankachar
4

Website

Alerts

Be the first to know and let us send you an email when BJP South Salmara Mankachar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share