25/08/2026
হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত, ফ্ৰেণ্ডছ ক্লাবৰ উপদেষ্টা তথা মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী মহোদয়ৰ সহযোগত, মৰিয়নী কলেজত ডিগ্ৰী প্ৰথম বৰ্ষ।ছাত্ৰীসকলৰ স্কলাৰশ্বিপৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে।
ছাত্ৰীসকলক এই সুযোগ গ্ৰহণ কৰি সময়মতে স্কলাৰশ্বিপৰ আবেদন সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
Himanta Biswa Sarma
Rupjyoti Kurmi