24/06/2021
নকাচাৰি চাৰিআলি *vdp* তৰফৰ পৰা দৰিদ্ৰ লোকক এটা ক্ষুদ্ৰ সহায় হাত আগ বঢ়ুৱা হল।
ভবিছতে চাৰিআলি *vdp* এ এনে দ্ধৰণৰ সহায় আগ বঢ়াই যাম লগতে
কোনো সদাখাই লোক বেমাৰত আছে আৰ্থিক ভাবে দুৰ্বল চাৰিআলি vdp এ এখেত লোকক যিমান পাৰোঁ সহায় কৰিম।