BJP Pasnoi Serfag -MazbatMandal

BJP Pasnoi Serfag -MazbatMandal A Political organization

বিস্তাৰক দিপক বৰ্মাৰ সৈতে বুথে বুথে ।
04/02/2026

বিস্তাৰক দিপক বৰ্মাৰ সৈতে বুথে বুথে ।

সমাগত অসম বিধানসভা নিৰ্বাচন-২০২৬ৰ ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰামৰ্শ-মতামত গ্ৰহণৰ আজি শুভাৰম্ভণি কৰে ভ...
10/01/2026

সমাগত অসম বিধানসভা নিৰ্বাচন-২০২৬ৰ ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰামৰ্শ-মতামত গ্ৰহণৰ আজি শুভাৰম্ভণি কৰে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই।

অসমবাসীৰ আশা-আকাংক্ষাক প্ৰাধান্য দি সেইসমূহক পূৰণ কৰাৰ উদ্দেশ্যৰে 'ৰাইজৰ আকাংক্ষা - বিজেপিৰ প্ৰতিশ্ৰুতি' মূলমন্ত্ৰৰে সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ প্ৰাকক্ষণত প্ৰকাশ পাবলগীয়া 'সংকল্প পত্ৰ' ৰ বাবে ৰাইজৰ পৰা বিভিন্ন দিহা-পৰামৰ্শ বিচৰা হৈছে ।

অনুষ্ঠানত মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ সহিতে নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক, সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়া, সংকল্প পত্ৰ প্ৰস্তুত সমিতিৰ আহ্বায়কদ্বয় তথা মাননীয় মন্ত্ৰীদ্বয় শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়া আৰু ডাঃ ৰণোজ পেগু ডাঙৰীয়া উপস্থিত থাকে।

আপোনাৰ পৰামৰ্শ আমালৈ প্ৰেৰণ কৰিব।

📍 7002126126 নম্বৰত মিছড কল দিয়ক আৰু লাভ কৰা লিংকত আপোনাৰ পৰামৰ্শ আগবঢ়াব পাৰিব
📍 bjpassamsankalp2026.com পৰ্টেলত আপোনাৰ পৰামৰ্শ আগবঢ়াব পাৰিব ।
📍 [email protected] ত আপুনি ই-মেইল প্ৰেৰণ কৰি আপুনি পৰামৰ্শ আগবঢ়াব পাৰিব।

 #জিলা_কাৰ্যনিৰ্বাহক_সভা।ননৈ ছেৰফাং,ওদালগুৰি।
05/06/2025

#জিলা_কাৰ্যনিৰ্বাহক_সভা।
ননৈ ছেৰফাং,ওদালগুৰি।

 # *UPDATE*  #আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰিক্ষা ( HSLC )ত মাজবাট পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বাধিক 87.83% লাভ কৰি ...
11/04/2025

# *UPDATE* #
আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰিক্ষা ( HSLC )ত মাজবাট পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বাধিক 87.83% লাভ কৰি প্ৰথম স্থান দখল কৰা মাজবাট জাতীয় বিদ্যালয়ৰ ছাত্ৰী , মাজবাট ' ন - মাটি খ ' গাওঁৰ বিজু দত্ত আৰু পিংকি দত্তৰ কণ্যা *পূজা দত্ত* ক ভাৰতীয় জনতা পাৰ্টী পাঁচনৈ চেৰফাং মণ্ডলৰ আন্তৰিক অভিন্দন আৰু শুভেচ্ছা জনালোঁ লগতে পূজা দত্তৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।


02/08/2024

আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি দুটা পৰ্যায়ত বিতৰণ কৰা হ’ব। প্ৰথম পৰ্যায়ৰ বিতৰণ ৩০ ছেপ্টেম্বৰত হ’ব । এই পৰ্যায়ত ১৬ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈকে অনুষ্ঠিতব্য জিলাভিত্তিক সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত হোৱা ৩০ হাজাৰ আবেদনকাৰীয়ে লাভ কৰিব ২ লাখকৈ টকা।

আকৌ এবাৰ মোদী চৰকাৰ।
17/02/2024

আকৌ এবাৰ মোদী চৰকাৰ।

আজি ভৈৰৱকুণ্ডত  ভাৰতীয় জনতা পাৰ্টী, ওদালগুৰি জিলা সামাজিক মাধ্যম, মিডিয়া সম্পৰ্ক, আৰু তথ্য প্ৰযুক্তি বিভাগৰ ওপৰত এখন কৰ...
15/02/2024

আজি ভৈৰৱকুণ্ডত ভাৰতীয় জনতা পাৰ্টী, ওদালগুৰি জিলা সামাজিক মাধ্যম, মিডিয়া সম্পৰ্ক, আৰু তথ্য প্ৰযুক্তি বিভাগৰ ওপৰত এখন কৰ্মশালা ত উপস্থিত থাকো।
এই কৰ্মশালাত উপস্থিত থাকে মঙ্গলদৈ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীদিলীপ শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী ডাঙৰীয়া,ৰাজ্যিক মুখপাত্ৰ লগতে সামাজিক মাধ্যমৰ আহ্বায়ক শ্ৰীযুত কিশোৰ উপাধ্যায় ডাঙৰীয়া, ওদালগুৰি জিলাৰ সন্মানীয় সহ প্ৰভাৰী শ্ৰীৰঞ্জীৱ শৰ্মা ডাঙৰীয়া, দৰং-ওডালগুৰী লোকসভা সমষ্টিৰ সামাজিক মাধ্যমৰ সন্মানীয় আহ্বায়ক শ্ৰীমানস প্ৰতীম বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ওদালগুৰি জিলাৰ বিষয়-ববীয়া সকল, মণ্ডল সভাপতি/সম্পাদক সকল, বিভিন্ন দ্বায়িত্বত থকা অপেক্ষিক কাৰ্যকতাসকল উপস্থিত থাকে।

Biswa Sarma
kalita ভৱেশ কলিতা
Assam Pradesh
Saikia
Kr. Basumatary
Hazarika

সদ্যঘোষিত অসম ৰাজ্যিক অসামৰিক বঁটাৰ সন্মানীয় প্ৰাপকসকলক আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত আনুষ্ঠানিকভাৱ...
13/02/2024

সদ্যঘোষিত অসম ৰাজ্যিক অসামৰিক বঁটাৰ সন্মানীয় প্ৰাপকসকলক আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হ'ব। সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অনন্য অৱদান আগবঢ়োৱা বঁটাপ্ৰাপকসকললৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

Himanta Biswa Sarma

ভাৰতীয় জনতা পাৰ্টী আৰু ইউপিপিএল মিত্ৰজোঁট দল লগ হৈ সমাগত লোকসভা নিৰ্বাচন উপলক্ষে আজি ওদালগুৰি বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত ...
11/02/2024

ভাৰতীয় জনতা পাৰ্টী আৰু ইউপিপিএল মিত্ৰজোঁট দল লগ হৈ সমাগত লোকসভা নিৰ্বাচন উপলক্ষে আজি ওদালগুৰি বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত আহ্বান কৰা সভাত অংশগ্ৰহন কৰো।
সভাত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীঅশোক সিংহাল ডাঙৰীয়া, আঠ নং মঙলদৈ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীদিলীপ শইকীয়া ডাঙৰীয়া, বিটিআৰ প্ৰধান শ্ৰীপ্ৰমোদ বড়ো ডাঙৰীয়া, বিটিআৰ উপমুখ্য কাৰ্য্যবাহী সদস্য শ্ৰীগোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিভিন্ন পদবীত থকা দুয়োটা দলৰ সন্মানীয় কৰ্মকৰ্তা সকল উপস্থিত থাকে।

দলীয় সতীৰ্থ সকলৰ সৈতে গুৱাহাটী লৈ যাত্ৰা।Narendra Modi Himanta Biswa Sarma Bhabesh kalita ভৱেশ কলিতা Dilip Saikia
04/02/2024

দলীয় সতীৰ্থ সকলৰ সৈতে গুৱাহাটী লৈ যাত্ৰা।

Narendra Modi
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Dilip Saikia

আজি মাজবাট চাহ বাগিচাৰ সভাগৃহত ভাৰতীয় জনতা পাৰ্টী পাঁচনৈ চেৰফাং মণ্ডলৰ বৰ্ধিত  #মণ্ডল_কাৰ্যনিৰ্বাহ সভাত সভপতিত্ব কৰো।ওড...
01/02/2024

আজি মাজবাট চাহ বাগিচাৰ সভাগৃহত ভাৰতীয় জনতা পাৰ্টী পাঁচনৈ চেৰফাং মণ্ডলৰ বৰ্ধিত #মণ্ডল_কাৰ্যনিৰ্বাহ সভাত সভপতিত্ব কৰো।ওডালগুৰি জিলাৰ সহ প্ৰভাৰি শ্ৰী যুত ৰঞ্জিৱ শৰ্মা আৰু জিলা সভাপতি শ্ৰীযুত সুনীল কুমাৰ বসুমতাৰী দেৱ উপস্থিত থকা সভা খনত মণ্ডল বিষয়-ববীয়া,মৰ্চাৰ সভাপতি সকল,বুথ সভাপতি সকল ,ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য সন্মানীয় জিতু কিষান ডাঙৰীয়া, পাঁচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ ডাঙৰীয়া,ওদালগুৰি জিলাৰ সন্মানীয় সাধাৰণ সম্পাদক বলেন্দ্র ব্ৰহ্ম ডাঙৰীয়া লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

মণ্ডল কাৰ্যনিৰ্বাহক সভা ।মাজবাট ।
01/02/2024

মণ্ডল কাৰ্যনিৰ্বাহক সভা ।
মাজবাট ।

Address

Mazbat

Website

Alerts

Be the first to know and let us send you an email when BJP Pasnoi Serfag -MazbatMandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share