03/03/2025
আজি মৰিগাঁও জিলাৰ গৰৈমাৰী চাৰিআলিত নথি পত্ৰ বিহীন bolero pickup ধৰা পৰে। উল্লেখনীয় যে বাহন খনৰ দুয়ো ফালৰ number plate বেলেগ বেলেগ। ইঞ্চউৰেঞ্চ, পলিউচনৰ কোনো তৈথ্য ইণ্টাৰনেটত নাই।
বাহন খন APDCL এ ব্যৱহাৰ কৰি আছে।
এয়া হৈছে অসম, অসমৰ active law only for common man🤭