Simanta Deka

Simanta Deka Welcome to my page Simanta Deka �����

সেউজীয়াৰ ৰঙবোৰ মোৰ প্ৰিয় জানানে..প্ৰকৃতিৰ বুকুত এভুমুকি ❤️
06/02/2026

সেউজীয়াৰ ৰঙবোৰ মোৰ প্ৰিয় জানানে..
প্ৰকৃতিৰ বুকুত এভুমুকি ❤️

কিতাপ পঢ়ি ভাল পোৱা নে?.. কেতিয়াবা একু নোকোৱাকৈ থাকি ভাল লাগে ❤️
03/02/2026

কিতাপ পঢ়ি ভাল পোৱা নে?.. কেতিয়াবা একু নোকোৱাকৈ থাকি ভাল লাগে ❤️

তেওঁক ভালপাও বাবে হয়তো আদৰবোৰ মৰম হৈ উপচে,কোলাহলৰ অন্তত ভাগৰি পৰা মনটোৱে বাৰে বাৰে সপোন ৰচে।
01/02/2026

তেওঁক ভালপাও বাবে হয়তো আদৰবোৰ মৰম হৈ উপচে,
কোলাহলৰ অন্তত ভাগৰি পৰা মনটোৱে বাৰে বাৰে সপোন ৰচে।

কোনোবা এটা সময়ত মৌন হৈ, মুখত মিচিকি হাঁহি এটা লৈয়ে ভাল লাগে
26/01/2026

কোনোবা এটা সময়ত মৌন হৈ,
মুখত মিচিকি হাঁহি এটা লৈয়ে ভাল লাগে

ভাল লাগে
12/01/2026

ভাল লাগে

সকলো কাহিনী প্ৰেমৰ নহয়, ত্যাগৰ নহয় বিৰহ বা মিলনৰো নহয় ।কিছুমান কাহিনী কেৱল অনুভৱৰ.
19/11/2025

সকলো কাহিনী প্ৰেমৰ নহয়, ত্যাগৰ নহয় বিৰহ বা মিলনৰো নহয় ।
কিছুমান কাহিনী কেৱল অনুভৱৰ.

তোমাক মই কেতিয়াও পাহৰিব নোৱাৰো।
09/11/2025

তোমাক মই কেতিয়াও পাহৰিব নোৱাৰো।

দাদাৰ সপোন আছিল আমি ৰৈ ৰৈ বিনালে চোৱাৰ।বন্ধুৰ সৈতে উপভোগ কৰিলো।
02/11/2025

দাদাৰ সপোন আছিল আমি ৰৈ ৰৈ বিনালে চোৱাৰ।
বন্ধুৰ সৈতে উপভোগ কৰিলো।

দাদা আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱাৰ আজি প্ৰায় ২২ দিনেই হ'ল। অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীজনৰ বাবে আমি সকলোৱেই ন্যায়...
12/10/2025

দাদা আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱাৰ আজি প্ৰায় ২২ দিনেই হ'ল। অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীজনৰ বাবে আমি সকলোৱেই ন্যায় বিচাৰিছোঁ। সত্য আৰু ন্যায়ৰ বাবেই আমাৰ এই শব্দ। গৰিমা বা, আপুনি ভাগি নপৰিব। আমি সকলো আপোনাৰ কাষত আছোঁ।

❤️👀🎧

আশাবোৰৰ জানো সীমা আছে। 🥹প্ৰাপ্তিৰ জানো পূৰ্ণতা আছে। ❤️‍🩹কিন্তু আমাৰ জীৱনত এনে কিছুমান ব্যক্তি থাকে যাক হেৰুৱালে হয়তো জী...
07/10/2025

আশাবোৰৰ জানো সীমা আছে। 🥹প্ৰাপ্তিৰ জানো পূৰ্ণতা আছে। ❤️‍🩹কিন্তু আমাৰ জীৱনত এনে কিছুমান ব্যক্তি থাকে যাক হেৰুৱালে হয়তো জীৱনত সকলোবোৰ আধৰুৱা হৈ পৰে।❤️‍🩹😃

Address

Morigoan, Jagiroad, Manaha
Morigaon
782411

Alerts

Be the first to know and let us send you an email when Simanta Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category