Make My Morigaon

Make My Morigaon NGO for cultural, educational development and nature conservation parallel to Industrialization of Morigaon district.

সুধাকণ্ঠ ড° ভুপেন হাজৰিকা দেৱৰ মৃত্যু তিথিত তেখেতক স্মৰণ কৰি ৷
04/11/2017

সুধাকণ্ঠ ড° ভুপেন হাজৰিকা দেৱৰ মৃত্যু তিথিত তেখেতক স্মৰণ কৰি ৷

15/10/2017
Another succese... Named the  road that  connects Krishna Kanta Xondikoi rd with Rajagaon and Lathabari as Kalaguru Path...
05/08/2017

Another succese... Named the road that connects Krishna Kanta Xondikoi rd with Rajagaon and Lathabari as Kalaguru Path...

আজি ৰাভাদিৱস ৷ আজিৰ দিনতেই অসমীয়া জাতিৰ পৰিচয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ জন্ম তিথি , সেয়েহে তেওঁৰ অমৰ আত্মালৈ আমাৰ...
20/06/2017

আজি ৰাভাদিৱস ৷ আজিৰ দিনতেই অসমীয়া জাতিৰ পৰিচয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ জন্ম তিথি , সেয়েহে তেওঁৰ অমৰ আত্মালৈ আমাৰ তৰফৰ পৰা জনালোঁ আন্তৰিক শ্ৰদ্ধাঞ্জলি ৷ আৰু তেখেতৰ প্ৰতি সন্মান জনাই এতিয়াৰ পৰা মৰিগাঁও চহৰক পোনপতীয়াকৈ ৰজাগাঁওৰ লগত সংযোগ কৰা পথচোৱাক কলাগুৰু পথ হিচাপে নামাকৰণ কৰা হৈছে ৷ এতিয়াৰ পৰা উক্ত পথটি কলাগুৰু পথ হিচাপে জনা যাৱ ৷

সদৌটিলৈকে ফাকুৱা আৰু দৌলোৎসৱৰ শুভেচ্ছা জনালোঁ ৷
11/03/2017

সদৌটিলৈকে ফাকুৱা আৰু দৌলোৎসৱৰ শুভেচ্ছা জনালোঁ ৷

“A woman is the full circle. Within her is the power to create, nurture and transform.” —         Diane Mariechild
08/03/2017

“A woman is the full circle. Within her is the power to create, nurture and transform.” — Diane Mariechild

21/02/2017

"This way 30 years has passed, but Assamese language is still flowing like the river Brahmaputra in the state and it will keep on flowing like this forever" - Miles Bronson opposing the removal of Assamese as official language in Assam (1836-1873).

"অসমীয়া ভাষা চিৰ বহ্নিমান লুইতৰ দৰে বৈ আছে আৰু লুইতৰ পানী বৈ থকালৈকে অসমীয়া ভাষাটোও জীয়াই থাকিব।" - মাইল্স ব্ৰন্সন

আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ শুভেচ্ছা যাছিলো ৷

14/10/2016

Happy Birth Day Morigaon....

21/05/2016

আকৌ আমি নতুন আশাৰে এজন নতুন নায়কক আদৰিছোঁ ৷

25/03/2016

অহা 29 মাৰ্চ তাৰিখে গুৱাহাটীৰ জিএনআৰচি হাস্পতালৰ প্ৰখ্যাত স্নায়ুৰোগ বিশেষজ্ঞ ডা: নোমল চন্দ্ৰ বৰা আৰু হৃদৰোগ বিশেষজ্ঞ ডা: অনুপ কুমাৰ বড়ো মৰিগাঁও চিভিল হাস্পতালত বিনামূলীয়া চিকিৎসা পৰামৰ্শৰ বাবে উপস্থিত থাকিব। যোগাযোগৰ নম্বৰ- 18003450022

Address

Make My Morigaon, Ward No-04, Morigaon _
Morigaon
782105

Alerts

Be the first to know and let us send you an email when Make My Morigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share