SAHAY ASSAM

SAHAY ASSAM Help to poor people

01/08/2024
 #বিপদৰ_সময়ত_ৰাইজৰ_কাষত_সহায়_অসমআজি স্বেচ্ছাসেৱী সংগঠন "সহায় অসম" সভাপতি  #ৰাজু_মহন্ত নেতৃত্বত মৰিগাঁও জিলাত শেহতীয়াকৈ ব...
06/07/2024

#বিপদৰ_সময়ত_ৰাইজৰ_কাষত_সহায়_অসম

আজি স্বেচ্ছাসেৱী সংগঠন "সহায় অসম" সভাপতি #ৰাজু_মহন্ত নেতৃত্বত মৰিগাঁও জিলাত শেহতীয়াকৈ বানপানীয়ে বিধ্বস্ত কৰা ভূৰাগাঁও অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ খৱৰ লওঁ।আজি বানাক্ৰান্ত সকলক সাক্ষাৎ কৰি "সহায় অসম" ৰ এটি সজাতি দলে কিঞ্চিত মান খাদ্য সামগ্ৰীৰ যোগান ধৰো।পৰৱৰ্তী সময়ত যদি পাৰোঁ অঞ্চলটোত আমি পোনৰ খাদ্য সমাগ্ৰী লৈ যোৱা কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।উক্ত অঞ্চলটো আমি পৰিভ্ৰমণ কৰি আৱেগিক হৈ পৰিছোঁ মানুহৰ পৰিস্থিতি দেখা পাই।চৰকাৰলৈ বিনম্ৰ ভাৱে অনুৰোধ জনাইছোঁ অঞ্চলটো ৰাইজক যাতে সম্পূৰ্ণ চৰকাৰে খাদ্য সমাগ্ৰী যোগান ধৰে।

সমাজ ব্যৱস্থাত সামাজিক দায়বদ্ধতা আৰু আমি মৰিগাঁৱৰ মানৱদৰদী সমাজকৰ্মী শ্ৰদ্ধাৰ ৰাজু মহন্ত ককাইদেউৰ নেতৃত্বত বিগত ১৮ বছৰে...
30/06/2024

সমাজ ব্যৱস্থাত সামাজিক দায়বদ্ধতা আৰু আমি

মৰিগাঁৱৰ মানৱদৰদী সমাজকৰ্মী শ্ৰদ্ধাৰ ৰাজু মহন্ত ককাইদেউৰ নেতৃত্বত বিগত ১৮ বছৰে আৰ্ত জনৰ হকে কাম কৰি অহা "সহায়-অসম" ৰ এক ব্যতিক্ৰমী চিন্তাৰে অসমৰ প্ৰতিখন জিলাতে "সহায়-অসম" ৰ একোটাকৈ গোট খোলাৰ চিন্তা-চৰ্চাৰ মাজতে প্ৰাৰম্ভিক খোজ হিচাপে আজি মানসিক ভাৱে প্ৰতিবন্ধী সদস্য থকা খাটিখোৱা দুখীয়া দৰিদ্ৰ এটি পৰিয়ালক এমুঠি অন্নৰ বাবে প্ৰয়োজন হোৱা সকলোখিনি সামগ্ৰী যোগান ধৰিব "সহায় অসম" ৰ পৰা আপ্ৰাণ চেষ্টা কৰা হয় । দৰং জিলাত এইটো আমাৰ নেতৃত্বত প্ৰথমটো খোজ। সেয়ে সু- দিহা পৰামৰ্শ আৰু প্ৰতিটো খোজতে আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিলোঁ।

সেৱাৰে
পৰাগজ্যোতি
হাজৰিকা জনসেৱা (ছিপাঝাৰ ) দৰং
Axom Raju Mahanta

 #সহায়_অসম_পাঠশালা❤️" #সহায়_অসম"ৰ  অন‍্য এটা গোট শিক্ষা নগৰী পাঠশালাত মানৱ দৰদী ব‍্যক্তি প্ৰাণজিৎ ৰ নেতৃত্বত গঢ় লৈ উঠিছে...
30/06/2024

#সহায়_অসম_পাঠশালা❤️

" #সহায়_অসম"ৰ অন‍্য এটা গোট শিক্ষা নগৰী পাঠশালাত মানৱ দৰদী ব‍্যক্তি প্ৰাণজিৎ ৰ নেতৃত্বত গঢ় লৈ উঠিছে।পদপথত ভোকাতুৰ সকলক এমুঠি অন্ন আৰু জীৱ জন্তুক আহাৰ দিয়া পৰিলক্ষিত হৈছে। এয়া সঁচাই প্ৰশংসনীয় আৰু আদৰণীয় পদক্ষেপ।ৰাজু মহন্ত ককাইদেউ চিন্তাৰে সমগ্ৰ অসমতে সহায় অসমৰ গোট গঠন হ'ব আগবাঢ়িছে।গতিকে এতিয়া লাগে অসমবাসীৰ পূৰ্ণ সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ।
#যোগাযোগ-9854208755/8804079999

Address

Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when SAHAY ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to SAHAY ASSAM:

Share

Category