Gana Bikash Charitable Trust

Gana Bikash Charitable Trust Currently we are running a School in which we are offering free education to the poor and needy people and Helping the widows with whatever means we can.

We are also creating an awareness about child labor and child marriage.

ধন্যবাদ ,প্ৰতিদিন সেৱা কামপুৰলৈ
10/09/2025

ধন্যবাদ ,প্ৰতিদিন সেৱা কামপুৰলৈ

08/09/2025
আজি ইং ০৫/০৯/২০২৫ তাৰিখে ৰাঙলু স্থিত গণ বিকাশ চেৰিটুবুল ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বিদ্যাৰ্থী জাতীয় বিদ্যালয়ত শিক্ষক, দা...
05/09/2025

আজি ইং ০৫/০৯/২০২৫ তাৰিখে ৰাঙলু স্থিত গণ বিকাশ চেৰিটুবুল ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বিদ্যাৰ্থী জাতীয় বিদ্যালয়ত শিক্ষক, দাৰ্শনিক, পণ্ডিত, স্বাধীন ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি,দ্বিতীয় ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত সভাপতিত্ব কৰে আবুল হোছেইন ডাঙৰীয়া।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তাইজুল হক ডাঙৰীয়াই, অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হেকিম ডাঙৰীয়া ,গণ বিকাশ চেৰিটুবুল ট্ৰাষ্টৰ উপদেষ্টা শ্ৰী যোগেশ চন্দ্ৰ গৌৰ ডাঙৰীয়া, সম্পাদক ৰফিক উদিন ডাঙৰীয়া, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰিলায়েন্স ফাউণ্ডেচনৰ নৰ্থ ইষ্ট ৰ পৰিদৰ্শক শ্ৰী পাৰথ প্ৰতিম গগৈ ডাঙৰীয়া, আই আই ই নগাঁও জিলাৰ পৰিদৰ্শক আছাদ উল্লাহ ডাঙৰীয়া, লগতে বিদ্যালয়ৰ অনান্য শিক্ষক/শিক্ষয়িত্ৰী সকল আৰু ছাত্ৰ-ছাত্ৰী সকল। অনুষ্ঠানত গণ বিকাশ চেৰিটুবুল ট্ৰাষ্টৰ তৰফৰ পৰা শিক্ষক/শিক্ষয়িত্ৰী সকলক ফুলাম গামোচা আৰু কলম সন্মানাৰ্থে প্ৰদান কৰা হয়। আৰু ২০২৪-২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক বিদ্যালয়ৰ ফালৰ পৰা মান পত্ৰ, ফুলাম গামোচা,কলম প্ৰদান কৰা হয়।

19/08/2025

I got over 50 reactions on my posts last week! Thanks everyone for your support! 🎉

যোৱা ইং ১৫/০৮/২৫  তাৰিখে  নগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাঙলু আৰক্ষী পহৰা চকীৰ উদ্যোগত আৰু নগাঁও সদৰ থানাৰ অন্তৰ্গত  ৰাঙলু আঞ...
16/08/2025

যোৱা ইং ১৫/০৮/২৫ তাৰিখে নগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাঙলু আৰক্ষী পহৰা চকীৰ উদ্যোগত আৰু নগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাঙলু আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ সহযোগত ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত কুইজ, আকস্মিক বক্তিতা ,চিত্ৰাংকন , নৃত্য প্ৰতিযোগিতাত গণ বিকাশ চেৰিটুবুল ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত,ৰাঙলু স্থিত, বিদ্যাৰ্থী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিদ্বন্দিতা আগবঢ়াই ৰাঙলু আঞ্চলৰ ভিতৰত কেইবাটাও প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । ধন্যবাদ প্ৰধান শিক্ষক আব্দুল হেকিম চাৰ। লগতে ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদুছ অহমেদ চাৰক আন্তৰিক ধন্যবাদ জনালো।

ইং ১৪/০৮/২০২৫ তাৰিখেৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু মূহুৰ্ত দৃশ্য। বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।
15/08/2025

ইং ১৪/০৮/২০২৫ তাৰিখেৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু মূহুৰ্ত দৃশ্য। বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।

কামপুৰ স্থিত, কামপুৰ কেন্দ্ৰীয় খেল পথাৰত ,৭৯ তম স্বাধীনতা দিৱস উদযাপনত , কামপুৰ ৰাজহ চক্ৰৰ  চক্ৰ বিষয়া মহোদয়া , যোৱা ...
15/08/2025

কামপুৰ স্থিত, কামপুৰ কেন্দ্ৰীয় খেল পথাৰত ,৭৯ তম স্বাধীনতা দিৱস উদযাপনত , কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মহোদয়া , যোৱা ইং ১৩/০৮/২০২৫ ST THOMAS ENGLISH SCHOOL ত আৰু ১৪/০৮/২৫ তাৰিখে শংকৰদেৱ বিদ্যা নিকেতন কঠীয়াতলী হৈ যোৱা চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ প্ৰদান কৰা কিছু মূহুৰ্ত ।

গণ বিকাশ চেৰিটুবুল ট্ৰাষ্টৰ তৰফৰ পৰা সকলোকে ৭৯ তম স্বাধীনতা দিৱস আন্তৰিক শুভেচ্ছা থাকিল। AZADI KA AMRIT MAHUSHAB
15/08/2025

গণ বিকাশ চেৰিটুবুল ট্ৰাষ্টৰ তৰফৰ পৰা সকলোকে ৭৯ তম স্বাধীনতা দিৱস আন্তৰিক শুভেচ্ছা থাকিল। AZADI KA AMRIT MAHUSHAB

ৰাঙলু স্থিত বিদ্যাৰ্থী জাতীয় বিদ্যালয়ত , ভাৰত চৰকাৰ,অসম চৰকাৰৰ নিৰ্দেশ ৰ প্ৰতি সন্মান জনাই,নগাঁও জিলা দুৰ্যোগ ব্যবস্থা...
13/08/2025

ৰাঙলু স্থিত বিদ্যাৰ্থী জাতীয় বিদ্যালয়ত , ভাৰত চৰকাৰ,অসম চৰকাৰৰ নিৰ্দেশ ৰ প্ৰতি সন্মান জনাই,নগাঁও জিলা দুৰ্যোগ ব্যবস্থাপনা প্ৰাধীকৰনৰ উদ্যোগত (DDMA) Nagaon, আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ লগতে Gana Bikash Charitable Trust (NGO) ৰ সহযোগত HAR GHAR TIRANGA CAMPAIGN ৰ লগত সংহতি ৰাখি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগীৰ বিজয়ী পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় অতিৰিক্ত জিলা আয়ুক্ত মহোদয়নীৰ স্বাক্ষৰিত মানপত্ৰ ।

আজি হৈ যোৱা  সজাগতা সভা , কুইজ ও চিত্ৰাংকন প্ৰতিযোগীতাৰ এচ টি থমাছ ইংলিছ স্কুলৰ কিছু প্ৰতি ছবি
13/08/2025

আজি হৈ যোৱা সজাগতা সভা , কুইজ ও চিত্ৰাংকন প্ৰতিযোগীতাৰ এচ টি থমাছ ইংলিছ স্কুলৰ কিছু প্ৰতি ছবি

Address

Nagaon South

Telephone

+919101551917

Website

Alerts

Be the first to know and let us send you an email when Gana Bikash Charitable Trust posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category