Apunar Market- আপোনাৰ বজাৰ

Apunar Market- আপোনাৰ বজাৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Apunar Market- আপোনাৰ বজাৰ, Public Service, Katahguri Tuktuki Bazar, Nagaon.

APUNAR MARKET হৈছে Katahguri ৰ এটা সহজ আৰু বিশ্বাসযোগ্য Home Delivery Service। আমি গ্ৰ’চাৰী, ফল-মূল, শাক-পাচলি, আৰু গেছ চিলিণ্ডাৰ ঘৰতেই ডেলিভাৰী কৰোঁ। মাত্ৰ এটা ফোন কৰক আৰু ধুমুহাৰ গতিৰে সামগ্ৰী পাওক। যোগাযোগ: 9707187895 || 6000520113

আজিৰ সফল ডেলিভাৰী আপডেট- APUNAR MARKET 25/02/2026
25/02/2026

আজিৰ সফল ডেলিভাৰী আপডেট- APUNAR MARKET 25/02/2026

এতিয়া ঘৰতে বহি সকলো বস্তু পাওক!মাত্ৰ WhatsApp কৰক বা Call কৰক আৰু আপোনাৰ অর্ডাৰ পাওক 🚴‍♂️✅ Grocery সামগ্ৰী✅ ফল-মূল আৰু ...
23/02/2026

এতিয়া ঘৰতে বহি সকলো বস্তু পাওক!
মাত্ৰ WhatsApp কৰক বা Call কৰক আৰু আপোনাৰ অর্ডাৰ পাওক 🚴‍♂️
✅ Grocery সামগ্ৰী
✅ ফল-মূল আৰু শাক-পাচলি
✅ ঔষধ ডেলিভাৰী 💊
✅ হোটেলৰ খাদ্য Pickup 🍛
✅ পাৰ্চেল আৰু ডকুমেন্ট ডেলিভাৰী 📦
⏰ ডেলিভাৰী সময়:
পুৱা: ১০ বজাৰ পৰা ২ বজালৈ
বিয়লি: ৩ বজাৰ পৰা ৭ বজালৈ
💰 ডেলিভাৰী চাৰ্জ:
কি: মি: ওপৰত প্ৰযোজ্য
🚑 জৰুৰী ডেলিভাৰী সুবিধা উপলব্ধ
🎁 Opening Offer:
প্ৰথম অর্ডাৰৰ ডেলিভাৰী সম্পূৰ্ণ FREE!
📞 এতিয়াই Call / WhatsApp কৰক
🛵 APUNAR MARKET 🛒
Katahguri Home Delivery Service


#আপোনাৰবজাৰ







📢 আজিৰ সফল ডেলিভাৰী আপডেট – APUNAR MARKET 🛵*   *22/02/2026*           #আপোনাৰবজাৰ
22/02/2026

📢 আজিৰ সফল ডেলিভাৰী আপডেট – APUNAR MARKET 🛵* *22/02/2026*










#আপোনাৰবজাৰ

🛵 APUNAR MARKET – Katahguri Home Delivery Service 🛒এতিয়া বজাৰ কৰিবলৈ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই!ঘৰত বহি মাত্ৰ এটা ফোন ক...
21/02/2026

🛵 APUNAR MARKET – Katahguri Home Delivery Service 🛒
এতিয়া বজাৰ কৰিবলৈ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই!
ঘৰত বহি মাত্ৰ এটা ফোন কৰক আৰু আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী পাই যাওক ধুমুহাৰ গতিৰে।
আমাৰ সেৱাসমূহ:
✅ গ্ৰ’চাৰী সামগ্ৰী
✅ ফল-মূল আৰু শাক-পাচলি
✅ চাউল, দালি
✅ গেছ চিলিণ্ডাৰ
📍 সেৱা এলেকা: Katahguri আৰু ওচৰ-পাছৰ গাঁওসমূহ
📞 যোগাযোগ: 9707187895 // 6000520113
⏰ সময়: পুৱা ১০ বজাৰ পৰা ২ বজালৈ
⏰ বিয়লি ৩ বজাৰ পৰা ৭ বজালৈ
আপোনাৰ সুবিধাই আমাৰ অগ্ৰাধিকাৰ।
আজিয়েই অর্ডাৰ কৰক! 🌪️🔥

Address

Katahguri Tuktuki Bazar
Nagaon
782123

Website

Alerts

Be the first to know and let us send you an email when Apunar Market- আপোনাৰ বজাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category