ADP College NSUI Unit, Nagaon

ADP College NSUI Unit, Nagaon student wing

আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ হয় যোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমাৰ N.S.U.I সমৰ্থিত প্ৰাৰ্থী ফাৰহান চাকি...
16/11/2022

আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ হয় যোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমাৰ N.S.U.I সমৰ্থিত প্ৰাৰ্থী ফাৰহান চাকিলে সাধাৰণ সম্পাদক পদত বিজয় সাব্যস্ত কৰে.

Congratulations brother.
NSUI long live ✊❤️

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী,অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী,স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে অসমবাসীৰ মৰমৰ চানেকীৰে আধুনিক অসমৰ ...
11/10/2022

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী,অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী,স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে অসমবাসীৰ মৰমৰ চানেকীৰে আধুনিক অসমৰ সপোন ৰচোতা "পদ্মভূষণ" তৰুণ গগৈ দেৱৰ ৮৮তম জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো ।

Best of luck to all
15/03/2022

Best of luck to all

02/12/2021

গুৱাহাটী বিশ্ববিদ্যালয়ত NSUI ৰ বৃহৎ জয়
সাধাৰন সম্পাদকৰ লগতে আৰু সহকাৰী সাধাৰণ সম্পাদক, সমাজ সেৱা সম্পাদক, সাহিত্য সম্পাদক আৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদত এন এছ ইউ আই'ৰ সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰে।

NSUI Zindabad✊

Address

RRB Road
Nagaon

Telephone

+16003859390

Website

Alerts

Be the first to know and let us send you an email when ADP College NSUI Unit, Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ADP College NSUI Unit, Nagaon:

Share