District Agriculture Office, Nagaon

District Agriculture Office, Nagaon Official Page of District Agriculture Office, Nagaon

নগাঁও জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ (ATMA) ৰ উদ্যোগত হিতাধিকাৰীৰ মাজত নাৰিকল পুলি বিতৰণ কৰাৰ...
26/08/2026

নগাঁও জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ (ATMA) ৰ উদ্যোগত হিতাধিকাৰীৰ মাজত নাৰিকল পুলি বিতৰণ কৰাৰ কিছু দৃশ্য।

CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

26/08/2026

কৃষক সবলীকৰণৰ যাত্ৰাৰে অগ্ৰগামী অসম। যেতিয়া কৃষক ৰাইজৰ মুখেৰে তেওঁ‌লোকে লাভ কৰা চৰকাৰী সুবিধাৰ কথা শুনোঁ‌, তেতিয়া এক বুজাব নোৱৰা আনন্দ অনুভৱ কৰোঁ‌। তেওঁ‌লোকৰ প্ৰগতিৰ স্বাৰ্থত আমি কৃষক পঞ্জীয়নৰ আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ, সেয়া বাস্তৱত ৰূপায়ণ কৰিব পৰাটো আমাৰ বিভাগৰ বাবে এক প্ৰাপ্তি। প্ৰতিদিনৰ দৰে আজিই ৰাজ্যৰ আন আন জিলাসমূহৰ দৰে নগাঁ‌ও আৰু বিশ্বনাথ জিলাতো আমাৰ কৃষক বন্ধুসকলে চৰকাৰী পঞ্জীয়নৰ জৰিয়তে লাভ কৰিছে আশ্বাস আৰু ভৰসাৰ এটা নতুন বাট।

আজি নগাঁও জিলাৰ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱত কৃষি বিভাগৰ উদ্যোগত চলি থকা কৃষক পঞ্জীয়ন আৰু শস্য বীমা কাৰ্যস...
18/08/2026

আজি নগাঁও জিলাৰ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱত কৃষি বিভাগৰ উদ্যোগত চলি থকা কৃষক পঞ্জীয়ন আৰু শস্য বীমা কাৰ্যসূচীৰ কিছু দৃশ‍্য।

CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত চলি থকা "কৃষক পঞ্জীয়ন" কাৰ্যসূচীৰ কিছু দৃশ্য।CMO Assam Himanta Biswa Sarma Pijush Hazari...
17/08/2026

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত চলি থকা "কৃষক পঞ্জীয়ন" কাৰ্যসূচীৰ কিছু দৃশ্য।

CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

15/08/2026
আজি নগাঁও জিলাৰ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱত কৃষি বিভাগৰ উদ্যোগত চলি থকা কৃষক পঞ্জীয়নৰ কিছু দৃশ‍্য।CMO Ass...
14/08/2026

আজি নগাঁও জিলাৰ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱত কৃষি বিভাগৰ উদ্যোগত চলি থকা কৃষক পঞ্জীয়নৰ কিছু দৃশ‍্য।

CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত চলি থকা "কৃষক পঞ্জীয়ন" কাৰ্যসূচীৰ কিছু দৃশ্য।CMO Assam Himanta Biswa Sarma Pijush Hazari...
13/08/2026

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত চলি থকা "কৃষক পঞ্জীয়ন" কাৰ্যসূচীৰ কিছু দৃশ্য।

CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

Address

MG Road, Near Government Urban Basic & High School, Milanpur, Palashani
Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share