AMKF Nagaon

AMKF Nagaon অসহায়জনক সহায়ৰ বাবে এই সংস্থা গঠন কৰা হৈছে ♻️

Axom Manav Kalyan Foundation (AMKF) 2020 Estd Head Office Nagaon 782003 [email protected]

ঈদ মোবাৰক
31/03/2025

ঈদ মোবাৰক


সমূহ অসমবাসীক পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
31/10/2024

সমূহ অসমবাসীক পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।




অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ সক্ৰিয় সদস্যৰ বহুত প্ৰয়োজন হৈছে, যি সকল সদস্য অসহায়জনক সহায়ৰ উদ্দেশ্য কাম কৰিম বুলি ভাব...
22/10/2024

অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ সক্ৰিয় সদস্যৰ বহুত প্ৰয়োজন হৈছে, যি সকল সদস্য অসহায়জনক সহায়ৰ উদ্দেশ্য কাম কৰিম বুলি ভাবিছে আমাক অতি সোনকালেই যোগাযোগ কৰক।



Happy teacher day
05/09/2024

Happy teacher day




অসমৰ জনপ্ৰিয় অভিনেত্ৰী  kalita new বিউটি কলিতালৈ নামেৰি বঁটা প্ৰদানৰ ঘোষনা কৰা হৈছে,আশা কৰো আগন্তুক দিনবোৰত নতুন নতুন কৰ...
22/06/2024

অসমৰ জনপ্ৰিয় অভিনেত্ৰী kalita new বিউটি কলিতালৈ নামেৰি বঁটা প্ৰদানৰ ঘোষনা কৰা হৈছে,আশা কৰো আগন্তুক দিনবোৰত নতুন নতুন কৰ্মৰে অসম বাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনে যেন।


14/01/2024
সকলোৱে সহায়ৰ হাত আগবঢ়াওক   েৱাত
16/11/2023

সকলোৱে সহায়ৰ হাত আগবঢ়াওক


েৱাত

আমাক মাত্ৰ 1 টকা কৈ প্ৰতি দিনে দান বৰঙণি দিয়ক,অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ Bank Account খোলা হল, অসহায়জনক সহায়ৰ প্ৰয়...
13/10/2023

আমাক মাত্ৰ 1 টকা কৈ প্ৰতি দিনে দান বৰঙণি দিয়ক,অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ Bank Account খোলা হল, অসহায়জনক সহায়ৰ প্ৰয়োজন,আমাক প্ৰতি দিন অসহায় সকলে সহায়ৰ বাবে যোগাযোগ কৰি থাকে,গতিকে আপোনাৰ 1 টকা বহুতৰ জীৱন সলনি কৰি দিব পাৰে।

10/04/2023

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when AMKF Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category