04/08/2022
আজি ইং 04/08/2022তাৰিখে পশ্চিম শালপাৰা বিফাম ক্ৰিকেট ক্লাৱৰ সৌজন্যত হব লগা খেলৰ শুভাৰম্ভ কৰে লাওখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আনিছ বেৰিয়া আৰু কলিয়াবৰ জিলা সংখ্যালঘু মৰ্চ্চাৰ সম্পাদক ৰশিদুল ইছলাম আৰু লগতে থাকে বিশিষ্ট সমাজ কৰ্মী আবুল বাসাৰে।