Nagaon Gndg Commerce college NSUI unit

Nagaon Gndg Commerce college NSUI unit Official

25/10/2025
নগাঁওৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি, সহ-সাধাৰণ সম্পাদক আৰু আলোচনী ...
25/10/2025

নগাঁওৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি, সহ-সাধাৰণ সম্পাদক আৰু আলোচনী সম্পাদকসহ ৫ টাকৈ পদত NSUI সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয় লাভ।।

Who is next …..??🤔🤔🤔
22/10/2025

Who is next …..??
🤔🤔🤔

নগাঁও গোপীনাথ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা নগাঁও জিলাৰ  NSUIৰ সম্পাদক কমল চন্দ্ৰ দাসক আৰু ৰৌজামিন ছান ক...
20/08/2025

নগাঁও গোপীনাথ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা নগাঁও জিলাৰ NSUIৰ সম্পাদক কমল চন্দ্ৰ দাসক আৰু ৰৌজামিন ছান ক অসম ৰাজ্যিক NSUIৰ তৰফৰ পৰা পৰ্যবেক্ষক হিচাপে দায়িত্ব লাভ কৰাত তেওঁলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
Roseamin Shan
Kamal Chandra Das

01/08/2025
22/06/2025

গুৱাহাটী বিশ্ববিদ্যালয় NSUI গোটৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলৰ সহায় হোৱাকৈ "Help Desk" স্থাপন কৰা হৈছে। গতিকে নামভৰ্তি প্ৰসঙ্গত যিকোনো অসুবিধাৰ সন্মুখীন হলে তলত উল্লেখিত নম্বৰত যোগাযোগ কৰে যেন।

যি ৰাজ‍্যত শিক্ষাক গুৰুত্ব দিয়াতকৈ গো মাংস - গাহৰি মাংসক বেছি গুৰুত্ব দিয়া হয় , সেই ৰাজ‍্যৰ ভৱিষ‍্যত কি ৰাইজে বুজিলে
22/06/2025

যি ৰাজ‍্যত শিক্ষাক গুৰুত্ব দিয়াতকৈ গো মাংস - গাহৰি মাংসক বেছি গুৰুত্ব দিয়া হয় , সেই ৰাজ‍্যৰ ভৱিষ‍্যত কি ৰাইজে বুজিলে

22/06/2025

Wahhhh

23/05/2025

মদ অবিহনে যেন বৰ্তমান অসম চৰকাৰৰ পানীত হাঁহ নচৰা অৱস্থা...!

Address

At Road, Panigaon
Nagaon
782003

Website

Alerts

Be the first to know and let us send you an email when Nagaon Gndg Commerce college NSUI unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share