T-Cerise

T-Cerise Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from T-Cerise, Political Party, Nagaon.

05/02/2026
05/02/2026

৫ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ গুৰুত্বপূর্ণ সাংগঠনিক কাৰ্যসূচী ‘বুথ বিজয় অভিযান’ৰ শুভাৰম্ভণি অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ’ব।

এই উপলক্ষে মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই দৰং জিলাৰ মঙ্গলদৈ নগৰ মণ্ডলৰ অন্তৰ্গত ১৫১ নং বুথত উপস্থিত থাকি অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব।

জনসংযোগক অধিক শক্তিশালী কৰি সংগঠনক তৃণমূল পৰ্যায়ত সুদৃঢ় কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই অভিযানত কাৰ্যকৰী অংশগ্ৰহণ নিশ্চিত কৰিবলৈ দলীয় কাৰ্যকৰ্তাসকলৰ লগতে ৰাইজৰো সহযোগিতা কামনা কৰিছোঁ।

আকৌ এবাৰ বিজেপি চৰকাৰ।

Himanta Biswa Sarma Dilip Saikia Baijayant 'Jay' Panda Rakesh Das Harish Dwivedi Ravindra Raju

05/02/2026

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when T-Cerise posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to T-Cerise:

Share