Pub Kathpara Water Supply

Pub Kathpara Water Supply This is official account of "Pub-Kathpara Water Supply" Under PHED Kaliabor Division, Jal Jeevan Mission, Assam. Jalmitra

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৪৩০ সংখ্যক পুণ্য তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনালোঁ। 🙏🪔
01/09/2026

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৪৩০ সংখ্যক পুণ্য তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনালোঁ। 🙏🪔

ধাৰাসাৰ বৰষুণৰ ফলত কাঠপাৰা গাঁও পঞ্চায়তৰ অধীনস্থ "Pub Kathpara PWSS" ৰ প্ৰাংগণ জলমগ্ন হৈ পৰিছে।          ​পাম্প হাউচ আৰ...
27/08/2026

ধাৰাসাৰ বৰষুণৰ ফলত কাঠপাৰা গাঁও পঞ্চায়তৰ অধীনস্থ "Pub Kathpara PWSS" ৰ প্ৰাংগণ জলমগ্ন হৈ পৰিছে।
​পাম্প হাউচ আৰু জল শোধন আন্তঃগাঁথনি আবদ্ধ পানীৰে ভৰি পৰাৰ বাবে ৰক্ষণাবেক্ষণত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে সুৰক্ষা সুনিশ্চিত কৰি সেৱা স্বাভাৱিক কৰি তুলিবলৈ কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

27/07/2026
21/03/2026

With Jal Jeevan Mission, Assam – I just got recognized as one of their top fans!

21/03/2026

Address

Pub Kathpara, Kaliabor
Nagaon
782120

Website

Alerts

Be the first to know and let us send you an email when Pub Kathpara Water Supply posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share