Aam Admi Party Kaliabor

Aam Admi Party Kaliabor Aam Aami Party Kaliabor

আজি ইংৰাজী 22/03/2023 তাৰিখ বুধবাৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ পশ্চিম পূৱথৰীয়া জিপিৰ প্ৰায় 20 জন মানুহে অৰবিন্দ কেজৰি...
22/03/2023

আজি ইংৰাজী 22/03/2023 তাৰিখ বুধবাৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ পশ্চিম পূৱথৰীয়া জিপিৰ প্ৰায় 20 জন মানুহে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে আম আদমি পাৰ্টিত যোগদান কৰে ।
যত উপস্থিত থাকে অসম ৰাজ্যিক মহিলা শক্তিৰ সাংগঠনিক সম্পাদিকা চুমি বৰা বাইদেউ ডাঙৰীয়নী আৰু সক্ৰিয় কৰ্মি ৰিয়াজ উদ্দিন আহমেদ ডাঙৰীয়া ।

আম আদমি পাৰ্টি জিন্দাবাদ
অৰবিন্দ কেজৰিৱাল জিন্দাবাদ ।

20/03/2023

Address

Kaliabor
Nagaon
782120

Website

Alerts

Be the first to know and let us send you an email when Aam Admi Party Kaliabor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share