BJYM Pub Kaliabor Mandal Official

BJYM Pub Kaliabor Mandal Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Pub Kaliabor Mandal Official, Political organisation, Nagaon.

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ ভাৰতীয় জনতা যুৱ মৰ্চা পূৱ কলিয়াবৰ মণ্ডল সমিতিৰ তৰফৰ পৰা আন্...
20/04/2024

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ ভাৰতীয় জনতা যুৱ মৰ্চা পূৱ কলিয়াবৰ মণ্ডল সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

এই বাৰ ৪০০ পাৰ🚩🚩আকৌ এবাৰ মোডী চৰকাৰ
10/04/2024

এই বাৰ ৪০০ পাৰ🚩🚩
আকৌ এবাৰ মোডী চৰকাৰ

সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনালো।
16/02/2024

সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনালো।

পুলৱামা আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱান সকললৈ শতকোটি প্ৰণাম।
14/02/2024

পুলৱামা আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱান সকললৈ শতকোটি প্ৰণাম।

মিছিং জনগোষ্ঠীৰ বন্ধুবৰ্গলৈ আলি আয়ে লৃগাংৰ শুভেচ্ছা জ্ঞাপন কৰিলো!!
14/02/2024

মিছিং জনগোষ্ঠীৰ বন্ধুবৰ্গলৈ আলি আয়ে লৃগাংৰ শুভেচ্ছা জ্ঞাপন কৰিলো!!

ওঁ জয় জয় দেবী চৰাচৰ সাৰে,কুচযুগ শোভিত মুক্তাহাৰেবীণা পুস্তক ৰঞ্জিত হস্তেভগবতি ভাৰতী দেবী নমোহস্তুতে
14/02/2024

ওঁ জয় জয় দেবী চৰাচৰ সাৰে,
কুচযুগ শোভিত মুক্তাহাৰে
বীণা পুস্তক ৰঞ্জিত হস্তে
ভগবতি ভাৰতী দেবী নমোহস্তুতে

সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।
12/02/2024

সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজীৱন প্ৰচাৰক, ভাৰতীয় জন সংঘ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্গদর্শক পণ্ডিত দীনদয়াল উপাধ্যায়দেৱক তেখ...
11/02/2024

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজীৱন প্ৰচাৰক, ভাৰতীয় জন সংঘ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্গদর্শক পণ্ডিত দীনদয়াল উপাধ্যায়দেৱক তেখেতৰ পুণ্য তিথিত আন্তৰিক শ্ৰদ্ধা নিবেদিছো।

সম্ভাৱনা কৈ কৈ লোকৰ নেজত ওলমিব খোজাকেইটালৈ প্ৰশ্ন--- নিজৰ সমষ্টিৰ জিলা পৰিষদ কেইটা জিকিছিলা? কেইটা পঞ্চায়ত জিকিছিলা? কেই...
08/02/2024

সম্ভাৱনা কৈ কৈ লোকৰ নেজত ওলমিব খোজাকেইটালৈ প্ৰশ্ন--- নিজৰ সমষ্টিৰ জিলা পৰিষদ কেইটা জিকিছিলা? কেইটা পঞ্চায়ত জিকিছিলা? কেইটা আঞ্চলিক আৰু বুথ জিকিছিলা??

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নৱ নিযুক্ত স্বচ্ছ ভাৰতৰ সহ-আহ্বায়কৰ দায়িত্ব প্ৰাপ্ত প্ৰাক্তন যুৱ মৰ্চা কলিয়াবৰ জিল...
06/02/2024

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নৱ নিযুক্ত স্বচ্ছ ভাৰতৰ সহ-আহ্বায়কৰ দায়িত্ব প্ৰাপ্ত প্ৰাক্তন যুৱ মৰ্চা কলিয়াবৰ জিলাৰ সভাপতি Jun Oja Pabitra দালৈ আন্তৰিক অভিনন্দন জনালোঁ।
BJYM Assam
BJYM Kaliabor District
Diplu Ranjan Sarma

আজি ১ ফেব্ৰুৱাৰী তাৰিখ বৃহস্পতি বাৰে কলিয়াবৰ তিনিআলিৰ দূৰ্গামন্দিৰত ভাৰতীয় জনতা পাৰ্টী পূৱ কলিয়াবৰ মণ্ডলৰ প্ৰথমখন কাৰ্যন...
01/02/2024

আজি ১ ফেব্ৰুৱাৰী তাৰিখ বৃহস্পতি বাৰে কলিয়াবৰ তিনিআলিৰ দূৰ্গামন্দিৰত ভাৰতীয় জনতা পাৰ্টী পূৱ কলিয়াবৰ মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুস্থিত হয়।
এই কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টী পূৱ কলিয়াবৰ মণ্ডলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে টঙালী বান্ধে।এই সভাতেই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কেইগৰাকী মান যুৱকংগ্ৰেছীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে
Diplu Ranjan Sarma
Bharatiya Janata Party (BJP)
BJYM Assam
BJP Pub Kaliabor Mandal

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when BJYM Pub Kaliabor Mandal Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share