Kacharigaon Manav Koillan Samity

Kacharigaon Manav Koillan Samity Only for social service

26/01/2026
Happy Gandhi Jayanti.
02/10/2025

Happy Gandhi Jayanti.

আপুনি অমৰ হৈ ৰ'ব...
23/09/2025

আপুনি অমৰ হৈ ৰ'ব...

23/09/2025

KMKS,TO ,Our be loved to Zubaan garg 🙏.

Saluting the spirit of freedom 🇮🇳. Happy 79th Independence day
15/08/2025

Saluting the spirit of freedom 🇮🇳. Happy 79th Independence day

17/06/2025

"মানুহে মানুহৰ বাবে..যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে..ভাবিব কোনেনো কোৱা"
নগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে সুধাকণ্ঠ তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ এই চিৰসেউজ গীতৰ সুৰত আজি ইংৰাজী ১৭ জুন, ২০২৫ তাৰিখে জিলাখনৰ প্ৰথমখন সভাৰ শুভাৰম্ভ কৰে ।

তেখেতৰ এই নতুন যাত্ৰাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে একগোট হৈ সহযোগিতা আগবঢ়াই।
Nagaon district administration

কছাৰী গাঁও মানৱ কল্যাণ সমিতি ৰ উদ্যোগত  গণৰাজ্য দিৱস উপলক্ষে,কালিয়া ডিঙা হাই স্কুল,কালিয়া ডিঙা হাই মাদ্ৰাছা, কালিয়া ড...
28/01/2025

কছাৰী গাঁও মানৱ কল্যাণ সমিতি ৰ উদ্যোগত গণৰাজ্য দিৱস উপলক্ষে,কালিয়া ডিঙা হাই স্কুল,কালিয়া ডিঙা হাই মাদ্ৰাছা, কালিয়া ডিঙা জাতীয় বিদ্যালয়,নামা কালিয়া ডিঙা সহৰ আলী এম,ই মাদ্ৰাছাৰ সকলো ছাত্ৰ ছাত্ৰীক কুইজ প্ৰতিযোগিতা আৰু খেলা ধূলা ও লগতে কছাৰী গাঁও মানৱ কল্যাণ সমিতিয়ে বটা প্ৰদান কৰা হৈছিল।
ধন্যবাদৰে
কছাৰী গাঁও মানৱ কল্যাণ সমিতি।

আজি ৭৬ তম ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিৱস। আজি কছাৰী গাঁও মানৱ কল্যাণ সমিতি সকলো সংগ্ৰামী বন্ধুসকল আৰু কছাৰীগাঁও স্হানীয় সচেতন ...
26/01/2025

আজি ৭৬ তম ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিৱস। আজি কছাৰী গাঁও মানৱ কল্যাণ সমিতি সকলো সংগ্ৰামী বন্ধুসকল আৰু কছাৰীগাঁও স্হানীয় সচেতন ৰাইজে একত্ৰিত হৈ আমি সকলোৱে গণতন্ত্ৰ দিৱস উদযাপন কৰোঁ।
ধন্যবাদেৰে
কছাৰী গাঁও মানৱ কল্যাণ সমিতি

এনে কিশোৰৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বাবে আমাৰ  সমিতিয়ে সদায় কাম কৰি আহিছে। এনে কিশোৰৰ ভাল শিক্ষা দি একো একোজন আদৰ্শ নাগৰিক...
28/12/2024

এনে কিশোৰৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বাবে আমাৰ সমিতিয়ে সদায় কাম কৰি আহিছে। এনে কিশোৰৰ ভাল শিক্ষা দি একো একোজন আদৰ্শ নাগৰিক হব পাৰে আৰু সমাজৰ দায়িত্বশীল নাগৰিক হব পাৰে তাৰে কামনাৰে কছাৰী গাঁও মানৱ কল্যাণ সমিতি ।

আজি আমাৰ MARKAZUL SMART PUBLIC INSTITUTE ৰ নতুনকৈ ভৰ্তি হোৱা ৩০৮ জন ছাত্ৰ ছাত্ৰীক test exam লোৱা হয়।(MCQ).RUN BY KACHAR...
01/12/2024

আজি আমাৰ MARKAZUL SMART PUBLIC INSTITUTE ৰ নতুনকৈ ভৰ্তি হোৱা ৩০৮ জন ছাত্ৰ ছাত্ৰীক test exam লোৱা হয়।(MCQ).RUN BY KACHARIGAON MANAV KOILLAN SAMITY.
NAGAON DISTRICT ADMINISTRATION
CMO ASSAM

24/11/2024 তাৰিখে আমাৰ MARKAZUL SMART PUBLIC INSTITUTE য়ে সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে স্হানীয় গণ্য ম...
25/11/2024

24/11/2024 তাৰিখে আমাৰ MARKAZUL SMART PUBLIC INSTITUTE য়ে সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে স্হানীয় গণ্য মান্য ব্যক্তিসকলক লৈ তেখেত সকলৰ সু পৰামৰ্শমতে আমাৰ MARKAZUL SMART PUBLIC INSTITUTE খন শুভাৰম্ভণি কৰোঁ।

সকলোৱে দোৱা ও আশীৰ্বাদ কৰিব যাতে অতি পিচপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে এই শিক্ষা অনুষ্ঠানৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ ভাল শিক্ষা অৰ্জন কৰিব পাৰে।

বিনামূলীয়া সেৱা সমূহ হল
১)নামভৰ্তি বিনামূলীয়া
২)মাচুল বিনামূলীয়া
৩)SPOKEN ENGLISH
৪)কাৰিকৰী শিক্ষা
৫)বৃত্তিমূলক শিক্ষা
৬)ইত্যাদি
যোগাযোগ নং :730689884, 60001813649,9085926118
Nagoan District Administration
CMO ASSAM

19/11/2024

ইয়াৰ দ্বাৰা সকলো ছাত্ৰ ছাত্ৰী সকলক জনোৱা হয় যে কছাৰী গাওঁ মানৱ কল্যাণ সমিতিৰ উদ্যোগত নামা কালিয়াডিঙ্গা নুৰুল উলুম হাফিজীয়া মাদ্ৰাছাৰ কাষত MARKAZUL SMART PUBLIC INSTITUTE ত সকলো ছাত্ৰ ছাত্ৰী সকলক সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হব।।

অহা ইংৰাজী ৫ ডিচেম্বৰৰ পৰা পাঠদান আৰম্ভ হব। গতিকে সকলো ইচ্চুক ছাত্ৰ ছাত্ৰী সকলে নামভৰ্তি কৰক।

MARKAZUL SMART PUBLIC INSTITUTE ৰ বিনামূলীয়া সুবিধাসমূহ হল।
নামভৰ্তি বিনামূলীয়া
Our features
1.Regular test series
2. Experienced teachers
3. Pre board exam preparation
4. Skill development
5. Personal attention
6. Seperate lectures for grammar
7. Regular reporting to parents
8. Smart classes
(যোগাযোগ নং:7306898884, 6001813649, 9085926118,9101443011,9394950201
Nagoan district administration
CMO ASSAM

Address

Vill Kacharigaon
Nagaon
782124

Telephone

+917306898884

Website

Alerts

Be the first to know and let us send you an email when Kacharigaon Manav Koillan Samity posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kacharigaon Manav Koillan Samity:

Share

Category