Sadhu Kothar Kuki

Sadhu Kothar Kuki Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sadhu Kothar Kuki, Library, Uriagaon Chowk, Nagaon.

27/08/2026
23/08/2026

মই আৰু কি ৰাতি হ'লে সাত হাল দিনত কিন্তু এবাৰো নাই ,মস্ত এটা ধোদৰ পচলা । আকাশত চাঙ পাতি দেশ বিদেশৰ সপোন দেখা এটা মাত্ৰ পিপু শিশু ।অ ৰবা ৰবা ।আচল কথাষাৰ কোৱাই নহ'ল কলিয়াবৰত পৈয়েক মৰিল ঢেঁকী দিওতে মনত পৰিল । চকুৰ মনি ধন পোনাৰ জন্মদিনত গৈহে দেখা পালো ব্ৰক্ষ্মা লম্বে লঘু ক্ৰিয়া । লোকৰ পিঠাৰে বিহু পতা হাজৰিকানী জন্মদিনৰ মূখ্য অতিথি ।আলাসৰ লাৰু খাই ডাঙৰ-দীঘল হোৱা নপতা ফুকনৰ কথানো কি শুনিবা আহক বাৰিষা কাকত পাত ৰৈ যা ভিনিহি খাই যা ভাত ।ৰমকে জমকে ভমকা ফুলেৰে বহি থকা বগলী ভকত ভকতনী মুখত আকৌ সুৱাগ মনি ।ইয়াতে মাৰিলোঁ টিপা গড়গাঁও পালেগৈ শিপা ।তাকে শুনি গৰগৰাই উঠিল আমাৰ বিধানসভা ।

22/08/2026

কালি এখন সভালৈ মোক নিমন্ত্ৰণ দিলে আৰু মই গলো । সভা মূল উদ্দেশ্য আছিল, কি উপায়েৰে এজন অৱসৰী মানুহে নিজকে কৰ্মথ কৰি ৰাখিব পাৰিব তাৰে কিছুমান পৰিকল্পনা কৰা আৰু দিহা পৰামৰ্শ প্ৰদান কৰা । তেওঁ লোকৰ এই দিহা পৰামৰ্শ ই আজিৰ সমাজত লাহে লাহে অৱহেলিত হোৱা বহুজনক হয়তো অলপ মনোবল প্ৰদান কৰিছে । তেওঁ লোকৰ উদ্দেশ্য ব্যাখ্যাত কেবাটাও দিশ কথা উনুকিয়াই দিছে ।নিজৰ আত্মীয় ওচৰতো অবহেলা পোৱা মানুহকো মাতি সন্মান যচাৰ বাবে তেওঁ লোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

নতুন কৈ জেষ্ঠ্য নাগৰিক সন্মান লাভ কৰিছোঁ নগাঁও প্ৰণব বৰুৱা প্ৰেক্ষাগৃহত ।
22/08/2026

নতুন কৈ জেষ্ঠ্য নাগৰিক সন্মান লাভ কৰিছোঁ নগাঁও প্ৰণব বৰুৱা প্ৰেক্ষাগৃহত ।

আজি 21August ,  জেষ্ঠ্য নাগৰিক দিৱসত ম ই আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো মহাপ্ৰভুয়ে সকলোকে কুশলে ৰাখক  ।
21/08/2026

আজি 21August , জেষ্ঠ্য নাগৰিক দিৱসত ম ই আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো মহাপ্ৰভুয়ে সকলোকে কুশলে ৰাখক ।

Address

Uriagaon Chowk
Nagaon
782141

Alerts

Be the first to know and let us send you an email when Sadhu Kothar Kuki posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category