Nagaon DYC

Nagaon DYC Official Page of Nagaon DYC
President : Azahar Ali Ahmed

নগাওঁ জিলা যুৱ কংগ্ৰেছৰ নৱনিযুক্ত বিষয়ববীয়া সকলক নগাওঁ জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন ক...
22/07/2025

নগাওঁ জিলা যুৱ কংগ্ৰেছৰ নৱনিযুক্ত বিষয়ববীয়া সকলক নগাওঁ জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

আশাকৰোঁ আপোনালোকৰ নেতৃত্বত নগাওঁ জিলা যুৱ কংগ্ৰেছে এক নতুন গতি লাভ কৰিব।

✊যুৱ কংগ্ৰেছ জিন্দাবাদ✊

তৃণমূলৰ এইগৰাকী প্ৰকৃত নায়কক সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতৰ সৈতে ছেল্ফি উঠি আজি মই গর্বিত ।
27/06/2025

তৃণমূলৰ এইগৰাকী প্ৰকৃত নায়কক সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতৰ সৈতে ছেল্ফি উঠি আজি মই গর্বিত ।

ৰক্ত দান…জীৱন দান…এটুপি ৰক্তই এজন ব্যক্তিক জীয়াই তুলিব পাৰে,এটা নতুন জীৱন প্ৰদান কৰিব পাৰে। আমাৰ সকলোৰে এক মহৎ অৱদানে প...
19/06/2025

ৰক্ত দান…
জীৱন দান…

এটুপি ৰক্তই এজন ব্যক্তিক জীয়াই তুলিব পাৰে,এটা নতুন জীৱন প্ৰদান কৰিব পাৰে। আমাৰ সকলোৰে এক মহৎ অৱদানে প্ৰতি বছৰে অগণন জীৱন ৰক্ষা কৰাত সহায় কৰে আৰু বহুতৰে মুখত হাঁহি বিৰিঙে।

সেয়ে আজি আমাৰ সকলোৰে প্ৰিয় নেতা,লোকসভাৰ বিৰোধী দলৰ দলপতি মাননীয় শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে নগাওঁ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয় ॥

আজি আমাৰ প্ৰিয় নেতা শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে ৰক্তদান কৰা সমূহ ৰক্তদাতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আজি নগাওঁ জিলাৰ কলিয়াবৰ সমষ্টি যুৱ কংগ্ৰেছ কমিটিয়ে কলিয়াবৰৰ বিভিন্ন বান শিবিৰলৈ গৈ বানপীড়িত লোকক কিছু খাদ্য সামগ্ৰী ব...
07/07/2024

আজি নগাওঁ জিলাৰ কলিয়াবৰ সমষ্টি যুৱ কংগ্ৰেছ কমিটিয়ে কলিয়াবৰৰ বিভিন্ন বান শিবিৰলৈ গৈ বানপীড়িত লোকক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে কলিয়াবৰৰ জয়ন্তীপুৰত থকা পাঁচ শতাধিক বানাক্ৰান্তক দুপৰীয়াৰ এসাঁজ প্ৰদান কৰে ।

29/10/2023
YouTube Link for LIVE: Shri Rahul Gandhi in Mizoram: Chanmari to Raj Bhawan | Aizawl, Mizoram | Bharat Jodo Yatra
16/10/2023

YouTube Link for LIVE: Shri Rahul Gandhi in Mizoram: Chanmari to Raj Bhawan | Aizawl, Mizoram | Bharat Jodo Yatra

LIVE: Chanmari to Raj Bhawan | Aizawl, Mizoram | Bharat Jodo Yatra , #राहुल_गांधी, :The IP of this video belongs to Rah...

05/10/2023

Youth Jodo Yatra, Silchar ✊✊

Welcome to Assam Srinivas BV ji
01/10/2023

Welcome to Assam Srinivas BV ji

24/09/2023
22/09/2023

Address

Nagaon
782003

Website

Alerts

Be the first to know and let us send you an email when Nagaon DYC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nagaon DYC:

Share