03/01/2026
ভাল পোৱা এনেকোৱাই নহয়।
ভাল পোৱা সঁচাকৈয়ে
সকলোৰে লগত নহয়।
ভাল পোৱা হয়— মনৰ মিলত,
বিশ্বাসত,
আৰু এজনক সঁচাকৈ বুজি পোৱাৰ পৰা।
সকলো মানুহ ভাল,
কিন্তু
সকলো মানুহ মনৰ মানুহ নহয়।
কেতিয়াবা মনেই
নিজৰ মানুহজন বিচাৰি
বহুত সময় লয়।
আৰু যেতিয়া পাই— সেই ভাল পোৱা
এনেকোৱাই নহয়,
সেইটো হয়
একমাত্ৰ এজনৰ বাবে। 🤍