BJP Mahila Morcha Nagaon District

BJP Mahila Morcha Nagaon District It's an official page of Bharatiya Janata Party, Mahila Morcha Nagaon District

29/05/2026
29/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা সমিতিৰ প্ৰতিষ্ঠাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত তথা ১৯৯১ চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱা নগাঁও চহৰৰ খুটিকটীয়া নিবাসী বিৰিঞ্চি কুমাৰ শৰ্মা ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তিৰ খবৰে সকলোকে গভীৰভাৱে মৰ্মাহত কৰিছে ।
দলৰ এগৰাকী অতি নিষ্ঠাবান, অভিজ্ঞ আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে তেখেতে দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ, নীতি আৰু সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছিল।

তেখেতৰ মৃত্যুত কেৱল ভাৰতীয় জনতা পাৰ্টিয়েই নহয়, সমগ্ৰ নগাঁও জিলাই এজন অভিজ্ঞ সংগঠক আৰু অভিভাৱকসদৃশ ব্যক্তিত্বক হেৰুৱালে।

প্ৰয়াত বিৰিঞ্চি কুমাৰ শৰ্মা ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গুণমুগ্ধ সকললৈ ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।

29/05/2026

যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ১২ বছৰৰ দূৰদৰ্শী নেতৃত্বই ভাৰতক ৰূপান্তৰ আৰু উন্নয়নৰ এক নতুন যুগলৈ আগবঢ়াই নিছে। 📈🇮🇳

Narendra Modi
Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
Nilima Devi
Bharatiya Janata Party (BJP)

29/05/2026

সাংগঠনিক নিযুক্তি।

29/05/2026
28/05/2026

অটল দেশপ্ৰেম,সাহস আৰু ৰাষ্ট্ৰীয় চেতনাৰ এক উজ্জ্বল প্ৰতীক বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্ম জয়ন্তীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

Dilip Saikia
Nilima Devi

28/05/2026

অসমত গৃহীত ইউ চি চি...
এয়া অসমৰ ইতিহাসত এক যুগান্তকাৰী সিদ্ধান্ত।

সম নাগৰিক সংহিতাৰ বৈশিষ্ট্যসমূহ হৈছে‌ ----

Dilip Saikia
Nilima Devi

Address

Nagaon
782003

Website

Alerts

Be the first to know and let us send you an email when BJP Mahila Morcha Nagaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share