Amulya Chenglari

Amulya Chenglari Public figure

02/02/2026

কংগ্ৰেছৰ দিনত অসমৰ জাতি জনগোষ্ঠীবোৰ অস্তিত্বৰ সংকটত পৰিছিল আৰু আজি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ দিনত বিশ্বত জিলিকি উঠিছে

08/10/2025

Song: Mur MonFilm: Roi Roi BinaleLabel: i Creations & Zeal Creations Assamese Lyrics :মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে মোৰ মন মোৰ ...

07/10/2025
06/10/2025
শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী তৰংগ গগৈ ডাঙৰীয়াই ৰামপুৰ গাওঁ নামঘৰ, কল্যাণ নগ...
14/09/2025

শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী তৰংগ গগৈ ডাঙৰীয়াই ৰামপুৰ গাওঁ নামঘৰ, কল্যাণ নগৰ নামঘৰ আৰু সেউজ নগৰৰ নামঘৰত ৰাইজৰ কুশল কামনাৰে নৈবদ্য শৰাই এভাগি আগবঢ়ায় ৷ বিধায়ক ডাঙৰীয়াৰ প্ৰতিনিধি হিচাপে ময়ো ভকত বৈষ্ণৱসকলৰ ওচৰত বিধায়কদেৱৰ পৰিয়ালৰ লগতে সকলো ৰাইজৰে মংগল কামনাৰে সেৱা ল’বলৈ পাই পৰম কৃতাৰ্থ হ’লো ৷
Taranga Gogoi

14/09/2025

ডায়েবেটিছ 🚨👉🏼
ৰোগীৰ বাবে উপযোগী এটা পোষ্ট 👉🏼

( ডায়বেটিছ) থকা ব‍্যক্তিসকলে কেইটামান কাম সদায় কৰক। ৬ মাহত যাদু হ‍’ব যাদু। ঔষধ কমি যাব বা বন্ধও হৈ যাব পাৰে। মাত্ৰ কেনেকে কৰিম বুলি অজুহাত নিদিব। শৰীৰ আপোনাৰ, টকা আপোনাৰ, জীৱন আপোনাৰ। মোৰ ওপৰত বিশ্বাস ৰাখিলে মই সমগ্ৰ অসমৰ পৰা lifestyle disease-ত ভোগা বহুতো মানুহক এক স্বাস্থ‍্যবান জীৱন পাবলৈ সহায় কৰিব পাৰিম।

১) 🍋 প্ৰত‍্যেক সাজ খাদ‍্যত সৰহ পৰিমানে নেমুটেঙা চেপি চেপি খাওক। এটা কি দুটা কাজি নেমু খাব পাৰিলেও খাব। চেপি উঠি গোটেইখিনি নোৱাৰিলে অলপ হলেও বাকলি খিনিও চোবাই চোবাই খাব।

২) 🍛 ৰাতি ৭ বজাৰ আগত খাদ‍্য শেষ কৰক। তাৰ পাছত পানীৰ বাহিৰে একো নাখাব।

৩)🚶‍♂️ খোজ কাঢ়িছে, ভাল কথা। কিন্তু খোজ কাঢ়োতে ৫০-১০০ মিটাৰ মান লাহে লাহে খোজ কাঢ়িলে তাৰ পাছৰ ৫০-১০০ মিটাৰ বেগাই খোজ কাঢ়ক। তাৰ পাছত আকৌ লাহে আকৌ জোৰে। এনেকে অন্তত ১-২ ঘণ্টা খোজ কাঢ়ক। ভাগৰ আৰু ঘামৰ প্ৰেমত পৰো আহক।

৪) 🍇 দিনৰ প্ৰথম সাজ খাদ‍্য বুট-মগু-কেচা বাদাম/ফল-মূলেৰে আৰম্ভ কৰক।

৫)🚶🏻 প্ৰত‍্যেকবাৰ খাদ‍্য খোৱাৰ পাছত মাত্ৰ ১৫ মিনিট খোজ কাঢ়ক।

৬)🕺🏻 দিন আৰু ৰাতিৰ ভিতৰত আপুনি ভাল পোৱা যিকোনো এটা গান লগাই ৫-১০ মিনিট মান মনৰ জোখাৰে জপিয়াওক বা নাচক। বিহু বা disco dance যিকোনো চলিব। বেছি সময় নাচিলে বেছি লাভ হ’ব।

৭)☀️ গৰম হওক বা ঠাণ্ডা হওক, দিনত এঘণ্টা ৰ’দত খালী ভৰিৰে 🦶 খোজ কাঢ়ক। ওপৰত লিখা ৩ নম্বৰটোৰ সময়ত কৰিব পাৰিলে ভাল।

৮) 🥒 শাক-পাচলি বঢ়াওক আৰু বিস্কুট-ব্ৰেড ইত‍্যাদি কমাওক। কাঁহীত বাঢ়ি দিয়া ভাতখিনিৰ পৰা সদায় অলপ মান খোৱাৰ আগত আতৰাই থোৱা কৰক।

৯) 🛌 যিমান পাৰে সোনকালে শুৱক।

১০) 🥰 “মই ডায়েবেটিছৰ পৰা নিজক মুক্ত কৰিমেই কৰিম। এদিন এনেকুৱা হ’ব যে সেইদিনটোৰ পাছত মোৰ ব্লাড চুগাৰ ঔষধ নোখোৱাকৈ নৰ্মেল হ’ব!”…. এই বাক‍্য দুশাৰী ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি থকাৰ সময়ত আইনাত চাই চাই আৰু শুৱাৰ সময়ত নিজক কওক।

…… মোৰ ওপৰত যদি বিশ্বাস আছে তেন্তে এইখিনি কৰক। কৰিব নে? বিশ্বাস আছে নে? যাদু হ’ব বুলি বিশ্বাস কৰে নে? এই পোষ্টটো বাৰু এহেজাৰ বাৰ মান share হ’ব নে? হাজাৰ নহলেও এশটা মান share হোৱাত সহায় কৰিব নে আপুনি?

Please share কৰিব 🙏🏼

#সুস্বাস্থ্য #অসম #অসমীয়া

゚ #পোষ্ট

24/08/2025

বাংলাদেশী মিঞাসোপা মানুহ হ’ল বুলিয়েই অসমী আইৰ কোলাত ঠাই দিমনে ! ঘোৰ বিৰোধিতা কৰিছোঁ এই গৰাকী মিঞা প্ৰেমী চৈয়দা হামিদক ৷ গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনালোঁ ৷
Himanta Biswa Sarma

সকলোলৈকে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ পৰাধীনতাৰ শিকলি পৰা মুক্ত কৰি চৰম আত্মবলিদান দি আমাক স...
15/08/2025

সকলোলৈকে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ পৰাধীনতাৰ শিকলি পৰা মুক্ত কৰি চৰম আত্মবলিদান দি আমাক স্বাধীনতাৰ সোৱাদ দিয়া সেই মহান শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিছো

Address

Naharkatia
786610

Telephone

8011164100

Website

Alerts

Be the first to know and let us send you an email when Amulya Chenglari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Amulya Chenglari:

Share