BJP Naharkatia Mandal

BJP Naharkatia Mandal This is Official page of BJP Naharkatia Mandal

24/01/2026
07/01/2026

"শীতৰে সেমেকা ৰাতি"

বহু বছৰৰ পাছত নাহৰকটীয়াত আজি অত্যাধিক কুঁ‌ৱলীৰ পৰিৱেশ। নতুনত্ব সদায়েই মনমোহা, আজিৰ এই পৰিৱেশ মোৰ ঘৰৰ পৰা দৃশ্যমান পৰিৱেশ।

যাত্ৰাকালত এই ঘন কুঁ‌ৱলী যিকোনো লোকৰ বাবে অতিকৈ কষ্টকৰ হ'ব পাৰে। সেয়ে নাহৰকটীয়া সমষ্টিবাসী ৰাইজে যদি এই সময়ত যিকোনো কাৰণত যাত্ৰা কৰিছে তেনেহ'লে সাৱধাণতা অৱলম্বণ কৰিবলৈ আহ্বান জনালোঁ‌।

05/01/2026
অসমীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহকৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিত ভাৰতীয় জনতা পাৰ্টি নাহৰকটীয়া মণ্ডলৰ তৰফৰ পৰা...
20/06/2025

অসমীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহকৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিত ভাৰতীয় জনতা পাৰ্টি নাহৰকটীয়া মণ্ডলৰ তৰফৰ পৰা গণশিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাৰ নিবেদন কৰিলোঁ ৷

ভাৰতীয় জনতা পাৰ্টি একনিষ্ঠ সহযাত্ৰী নাহৰকটীয়া পৌৰসভা ৭নং ৱাডৰ আয়ুক্ত পৰশমনি হাজৰিকা আকস্মিক বিয়োগে সমগ্ৰ নাহৰকটীয়া বাবে ...
15/05/2025

ভাৰতীয় জনতা পাৰ্টি একনিষ্ঠ সহযাত্ৰী নাহৰকটীয়া পৌৰসভা ৭নং ৱাডৰ আয়ুক্ত পৰশমনি হাজৰিকা আকস্মিক বিয়োগে সমগ্ৰ নাহৰকটীয়া বাবে অপূৰ্ণ ক্ষতি ৷ মৃত আত্মাই চিৰশান্তি লাভ কৰক লগতে ভাৰতীয় জনতা পাৰ্টি নাহৰকটীয়া মণ্ডল তৰফৰ পৰা শোকসম্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷

নাহৰকটীয়া মণ্ডল অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি আৰু অগপ সমৰ্থিত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আটাইকেইগৰাকী নিৰ্বাচিত সদস্য...
12/05/2025

নাহৰকটীয়া মণ্ডল অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি আৰু অগপ সমৰ্থিত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আটাইকেইগৰাকী নিৰ্বাচিত সদস্য/সদস্যালৈ নাহৰকটীয়া মণ্ডল বিজেপি তৰফৰ পৰা উষ্ম আদৰণি জনালোঁ ৷

নাহৰকটীয়া সমষ্টিত বিৰোধী ধূলিসাৎ বিজেপি জিন্দাবাদ
12/05/2025

নাহৰকটীয়া সমষ্টিত বিৰোধী ধূলিসাৎ বিজেপি জিন্দাবাদ

Address

Naharkatia
786610

Website

Alerts

Be the first to know and let us send you an email when BJP Naharkatia Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share