Kachua Pathar New Star Club

Kachua Pathar New Star Club Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kachua Pathar New Star Club, Social service, Nalbari Village.

24/07/2024

06/01/2023
02/01/2023

#দ্বি বাৰ্ষিক অধিবেশনৰ নৃত্য প্ৰতিযোগিতাৰ কিছু দৃশ্য।

01/01/2023
 #নমস্কাৰ কছুৱা পথাৰ নিউষ্টাৰ ক্লাৱৰ এই বিশেষ অনুস্থানলৈ আহি আমাক যি সকলে বিভিন্ন বিষয়ত সহায় সহযোগিতা কৰিলে তেওঁলোকলৈ আম...
01/01/2023

#নমস্কাৰ কছুৱা পথাৰ নিউষ্টাৰ ক্লাৱৰ এই বিশেষ অনুস্থানলৈ আহি আমাক যি সকলে বিভিন্ন বিষয়ত সহায় সহযোগিতা কৰিলে তেওঁলোকলৈ আমাৰ নিউষ্টাৰ ক্লাৱৰ পৰা আন্তৰিক শ্ৰদ্ধা সহকাৰে অভিনন্দন জ্ঞাপন কৰিছো.
2022 বৰ্ষৰ আদৰণি জনোৱাৰ প্ৰাগ মূহৰ্তত আমি এনে দৰে সমাবিত হৈছিলো. আপোনালোকৰ আন্তৰিক পূৰ্ণ সহায় আৰু শুভেচ্ছাই আমাক উৎসাহিত কৰিছিল .
আৰু আকৌ 2023 বৰ্ষক আদৰণি জনোৱাৰ প্ৰাগ মূহুৰ্তত সৌ সিদিনা পুনৰ একত্ৰিত হৈছিলো একে লগে
আমাৰ প্ৰতি থকা আপোনালোকৰ বিশ্বাস আৰু অযুত ভাল পোৱা আমাৰ বাবে অফুৰন্ত প্ৰেৰণা..
আৰু অধিবেশন চলাই নিয়াত অজানিতে হৈ যোৱা ভুলৰ বাবে কছুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱৰ সমূহ সদস্য সমূহ ৰাইজলৈ ক্ষমা মাগিছো... আৰু অনাগত দিনত সহায় সহযোগিতা কৰিব বুলি আশা কৰিছো.... সদৌ শেষত সকোলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছো..

 #কছুৱা পথাৰ নিউষ্টাৰ ক্লাৱৰ দ্বি বাৰ্ষিক অধিবেশনৰ এই বিশেষ অনুস্থানলৈ আহি আমাক যি সকলে বিভিন্ন বিষয়ত সহায় সহযোগিতা কৰিল...
31/12/2022

#কছুৱা পথাৰ নিউষ্টাৰ ক্লাৱৰ দ্বি বাৰ্ষিক অধিবেশনৰ এই বিশেষ অনুস্থানলৈ আহি আমাক যি সকলে বিভিন্ন বিষয়ত সহায় সহযোগিতা কৰিলে তেওঁলোকলৈ আমাৰ নিউষ্টাৰ ক্লাৱৰ পৰা আন্তৰিক শ্ৰদ্ধা সহকাৰে অভিনন্দন জ্ঞাপন কৰিছো।
আৰু অধিবেশন চলাই নিয়াত অজানিতে হৈ যোৱা ভুলৰ বাবে কছুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱৰ অৰ পৰা সকলোলৈ ক্ষমা মাগিছো... আৰু অনাগত দিনত এনেদৰে সহায় সহযোগিতা কৰিব বুলি আশা কৰিছো।

#সদৌ শেষত কচুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱ অৰ পৰা সকোলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। @

 #কচুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱ অৰ দ্বিতীয় বাৰ্ষিক অধিবেশনৰ সম্বৰ্ধনা মূহুৰ্তত। #কচুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱ অৰ সদস্য সকল.....
30/12/2022

#কচুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱ অৰ দ্বিতীয় বাৰ্ষিক অধিবেশনৰ সম্বৰ্ধনা মূহুৰ্তত।

#কচুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱ অৰ সদস্য সকল....

27/12/2022

অহা ২৮/২৯ ডিচেম্বৰ, ২০২২
কচুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱৰ উদ্যোগত
সাংস্কৃতিক সন্ধিয়া ও বটা বিতৰণী সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত আপোনাক/আপোনালোকক উপস্থিতি লগতে সহায় -সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল।

Address

Nalbari Village

Telephone

+18638680178

Website

Alerts

Be the first to know and let us send you an email when Kachua Pathar New Star Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category