KAZI AXOM

KAZI AXOM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from KAZI AXOM, Darrang.

26/08/2023

স্বাধীনতা দিৱস উপলক্ষে বিল্বেশ্বৰ বেলশৰ উদিয়মান ক্লাৱৰ সৌজন্যত সপ্তম বাৰ্ষিক আমন্ত্ৰণমূলক কাবাডী খেল প্ৰতিযোগিতাত উপস্থিত হোৱাৰ কিছু মূহুৰ্ত

02/08/2023

জনসাধাৰণক সুৰক্ষা দিয়াত ব্যৰ্থ।
হাৰিয়ানাৰ বিজেপি মুখ্যমন্ত্ৰীয়ে হাত দাঙিলে

02/08/2023

মঙলদৈত মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ লোৱা বজৰং দলৰ দুই সদস্যক আতক।

01/08/2023

সন্ত্ৰাসবাদীয়ে যেনেকৈ নিৰিশ লোকক ৰকেট লান্সৰ, মিচাইলেৰে হত্যা কৰে থিক তেনেদৰে অসমৰ ৰাজনৈতিক নেতা কিছুমানে তাতকৈ অধিক মৌখিক শক্তিশালী অস্ত্ৰ ব্যাৱহাৰ কৰি ৰাজ্য খনক পঙ্গু কৰাৰ অংগিকাৰ লৈছে। হয়টো ইহতৰ এই শক্তিশালী মৌখিক অস্ত্ৰবোৰ কিছুদিন পিছত হাতৰ মুঠিত আহি পৰিব অধিক শক্তিশালী মাৰানাস্ত্ৰ। হয়টো তেতিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰো ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে না সময় থাকিব না ক্ষমতা থাকিব।
গতিকে গুৰু... এতিয়াই সাৱধান হওক আপোনি সাৱধান... আপোনি ভাবি থকা কনিষ্ঠ লোক সকল কেতিয়াও দূৰ্বল নহয়। অস্ত্ৰ ভাণ্ডাৰিক মষিমূৰ কৰাৰ বাবে কনিষ্ঠ লোকক কোনো প্ৰশিক্ষণৰ এতিয়া আৰু প্ৰয়োজন নাই, না অস্ত্ৰৰ প্ৰয়োজন। ৰাজ্য খনত কিন্তু জেষ্ঠ বা কনিষ্ঠ দুয়োটা কম নহয়। গতিকে চিন্তা কৰক আৰু ৰাজ্য খন শান্তিত থাকিবলৈ প্ৰয়াস কৰক। অন্যথা এই অশান্তি চিৰস্থায়ী হৈয়ে থাকিব আপোনাৰ দিনতে। ইয়েই কিন্তু আপোনাৰ দিনত ইতিহাস হবলৈ আৰু বেছি পৰ নাই।
জয় আই অসম।

01/08/2023

মূল্যবৃ্দ্ধিৰ প্ৰতিবাদত নামিল মধুপুৰ ব্লক কংগ্ৰেছ

Address

Darrang

Telephone

+917099751283

Website

Alerts

Be the first to know and let us send you an email when KAZI AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to KAZI AXOM:

Share