বৰকুৰা শাখা ছাত্ৰ সন্থা - নলবাৰী চহৰ

  • Home
  • India
  • Nalbari
  • বৰকুৰা শাখা ছাত্ৰ সন্থা - নলবাৰী চহৰ

বৰকুৰা শাখা ছাত্ৰ সন্থা - নলবাৰী চহৰ অসমীয়াগিৰি

বৰকুৰা শাখা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পদত অধিষ্ঠিত হৈ সদৌ নলবাৰী জিলা ছাত্ৰ...
14/07/2026

বৰকুৰা শাখা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পদত অধিষ্ঠিত হৈ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদকৰ দায়িত্ব পোৱা বিনোদ মালাকৰ দাদাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤️

ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ
08/07/2026

ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত নলবাৰীৰ ঐতিহাস...
04/02/2026

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত নলবাৰীৰ ঐতিহাসিক গৰ্ডন খেলপথাৰত ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ 'যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃ জিলা আছু স্বৰ্ণকাপ' ভলীবল প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ ।

২০২৬ বৰ্ষৰ 'যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃ জিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা' ৰ বিজয়ী দল সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ দল, বিজিত দল‌ সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ দল তথা শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে বিবেচিত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ দলটিলৈ আন্তৰিক অভিনন্দন ।

All Assam Students' Union - AASU

অভিনন্দন অভিনন্দন💐হেমেন কলিতা
06/01/2026

অভিনন্দন অভিনন্দন💐হেমেন কলিতা

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ ••
27/11/2025

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ ••

সমূহ ছাত্ৰ / ছাত্ৰীৰ নিশ্চিত উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ🙏🏽
27/08/2025

সমূহ ছাত্ৰ / ছাত্ৰীৰ নিশ্চিত উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ🙏🏽

ইচ্ছুক পাৰ্থি সকলোৱেই তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে।নলবাৰী আঞ্চলিক ছাত্র সন্থাসদৌ নলবাৰী জিলা ছাত্র সন্থা
01/08/2025

ইচ্ছুক পাৰ্থি সকলোৱেই তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে।
নলবাৰী আঞ্চলিক ছাত্র সন্থা
সদৌ নলবাৰী জিলা ছাত্র সন্থা

সাদৰ নিমন্ত্ৰণ…All Assam Students' Union - AASUSamiran PhukonUtpal Sarma
20/07/2025

সাদৰ নিমন্ত্ৰণ…

All Assam Students' Union - AASU
Samiran Phukon
Utpal Sarma

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী জিলাৰ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্য‍্যালয়...
19/07/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী জিলাৰ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্য‍্যালয়ৰ সন্মুখত খেতি পথাৰত উপযুক্ত জলসিঞ্চনৰ ব‍্যৱস্থা কৰাৰ দাবীত আৰু জলসিঞ্চন বিভাগৰ ব‍্যৰ্থতাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰা হয়।

All Assam Students' Union - AASU
Utpal Sarma
Samiran Phukon

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when বৰকুৰা শাখা ছাত্ৰ সন্থা - নলবাৰী চহৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category