16/04/2024
আজি অসম যুব পৰিষদ নলবাৰী সমষ্টি সমিতিৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে আয়োজন কৰা অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰে অগপ নলবাৰী সমষ্টি সমিতিৰ সভাপতি সনাতন ৰাজবংশী ডাঙৰীয়াই লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি Kritartha Pratim Sarma ডাঙৰীয়াই আৰু অনুষ্ঠানটোৰ সঞ্চালনা কৰে অসম যুব পৰিষদৰ নলবাৰী সমষ্টি সমিতিৰ সন্মানীয় সভাপতি শশীন্দ্ৰ শৰ্মা ডাঙৰীয়াই । উক্ত অনুষ্ঠানটোত প্ৰায় ৫০ গৰাকী যুব বন্ধুক একোটা কৈ T- Shirt ৰে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে যুব পৰিষদৰ টিহু সমষ্টিৰ সভানেত্ৰী ইলোৰা ডেকা ডাঙৰীয়ানী, যুব পৰিষদৰ কেন্দ্ৰীয় উপ - সভাপতি দীপক ৰাজবংশী ডাঙৰীয়াকে প্ৰমুখ্যে কাৰ্য্যকৰ্তা সকল ।
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Manoj Saikia মনোজ শইকীয়া
Jitu Borgohain জিতু বৰগোঁহাই
Hrishikesh Sarma
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
অসম যুৱ পৰিষদ