Chamata Electrical Sub-Division, APDCL

Chamata Electrical Sub-Division, APDCL Welcome to the official page of Chamata Electrical Sub Division, APDCL.

This page is to communicate about various activities, various initiative taken by APDCL and various information to our valuable consumers under the Chamata ESD

17/05/2025
17/05/2025

https://www.apdcl.org/website/VldScheme এই লিংকত গৈ আপোনাৰ বিদ্যুতৰ লোড (Prepaid Meter) ৰ বিনামূলীয়াকৈ বঢ়াব পাৰিব।

11/12/2024
যিসকল গ্ৰাহকৰ স্মার্ট মিটাৰ সংযোগ কৰিছে, সেই মিটাৰবোৰ পোষ্টপেইড ৰ পৰা প্ৰিপেইডলৈ ৰূপান্তৰিত কৰা হৈছে। গতিকে সন্মানীয় গ্ৰ...
11/12/2024

যিসকল গ্ৰাহকৰ স্মার্ট মিটাৰ সংযোগ কৰিছে, সেই মিটাৰবোৰ পোষ্টপেইড ৰ পৰা প্ৰিপেইডলৈ ৰূপান্তৰিত কৰা হৈছে। গতিকে সন্মানীয় গ্ৰাহক সকলে https://play.google.com/store/apps/details?id=org.apdcl.apdclportal এই লিংকটো ব্যৱহাৰ কৰি My bijulee app টো ডাউনলোড কৰি নিজৰ 12 সংখ্যক Consumer No. টো Register কৰি আপোনাৰ Balance চাব আৰু ৰিচাৰ্জ কৰিব পাৰিব। ধন্যবাদ

23/06/2024

https://www.apdcl.org/website/VldScheme এই লিংকত গৈ আপোনাৰ বিদ্যুতৰ লোড বিনামূলীয়াকৈ বঢ়াব পাৰিব।

28/03/2024

যিসকল বিদ্যুত গ্ৰাহকে এতিয়াও মোবাইল নম্বৰ বিদ্যুৎ বিলৰ লগত সংযোগ কৰা নাই, তেখেতসকলক অনতিপলমে অফিচত আহি সংযোগ কৰিব কোৱা হল। --ধন্যবাদ

14/02/2024

সন্মানীয় গ্ৰাহক, বহু দিন ধৰি অনাদায় বিদ্যুৎ বিল পৰিশোধ কৰাৰ বাবদ *লোক আদালত* ৰ যোগেদি লাভ কৰক আকৰ্ষণীয় ৰেহাই, ৰেহাই লাভ কৰিবলৈ 26-02-2024 আৰু 27-02-2024 তাৰিখত চামতা বৈদ্যুতিক উপ সংমণ্ডল ত যোগাযোগ কৰক।

Address

Nalbari
781306

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Chamata Electrical Sub-Division, APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Chamata Electrical Sub-Division, APDCL:

Share