NSUI active worker

NSUI active worker any help please contact Nalbari District NSUI

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো
08/04/2022

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো

✊✊✊
11/08/2021

✊✊✊

নলবাৰী চহৰত Covid 19 আক্ৰান্ত হৈ ঘৰত আবদ্ধ হৈ থকা লোকসকলোক যদি কিবা খাদ্য সম্পৰ্কীয় বা বজাৰ ওষধৰ কিবা অসুবিধা হয় তেতিয...
16/05/2021

নলবাৰী চহৰত Covid 19 আক্ৰান্ত হৈ ঘৰত আবদ্ধ হৈ থকা লোকসকলোক যদি কিবা খাদ্য সম্পৰ্কীয় বা বজাৰ ওষধৰ কিবা অসুবিধা হয় তেতিয়া হলে অসম ৰাজ্যিক NSUI ৰ তৰফৰ পৰা সহায় কৰা হব। যোগাযোগ কৰক 8638873790

আজি নলবাৰী সমষ্টিৰ জনপ্ৰিয় যুৱনেতা মাননীয়  #প্ৰদ্যুৎ_কুমাৰ_ভূঞা ডাঙৰীয়াই বৰ্তমান সময়ত গা-কৰি উঠা উগ্ৰ সাম্প্ৰদায়িক অসুৰি...
08/03/2021

আজি নলবাৰী সমষ্টিৰ জনপ্ৰিয় যুৱনেতা মাননীয় #প্ৰদ্যুৎ_কুমাৰ_ভূঞা ডাঙৰীয়াই বৰ্তমান সময়ত গা-কৰি উঠা উগ্ৰ সাম্প্ৰদায়িক অসুৰিক শক্তিক পৰাভূত কৰিবলৈ তথা আগন্তুক নিৰ্বাচনত অসমত শান্তি, প্ৰগতি, সম্প্ৰীতিৰ লগতে সৰ্বস্তৰৰ জনতাৰ প্ৰকৃত উন্নয়নৰ বিচাৰি নিলাচল পাহাৰত অৱস্থিত ভাৰতবৰ্ষৰ অন্যতম শক্তিপীঠ মা কামাখ্যাৰ শ্ৰীচৰণত পূজা অৰ্চনাৰ লগতে পূৰ্ণহুটি অৰ্পন কৰে।

Pradyut bhuya zindabad

18/02/2021
‪Wishing a very happy birthday to Hon'ble Congress President Smt. Sonia Gandhi ji. May god bless you with healthy & long...
09/12/2020

‪Wishing a very happy birthday to Hon'ble Congress President Smt. Sonia Gandhi ji. May god bless you with healthy & long life ahead !

জননেতা বিদায়। জন্মটো সকলোৰে সাধাৰণে হয় কিন্তু মৃত্যুটো অসাধাৰণ হ'ব লাগে। তাৰে উদাহৰণ দাঙি ধৰিলে তৰুণ গগৈ ডাঙৰীয়াই।মহানায়...
23/11/2020

জননেতা বিদায়। জন্মটো সকলোৰে সাধাৰণে হয় কিন্তু মৃত্যুটো অসাধাৰণ হ'ব লাগে। তাৰে উদাহৰণ দাঙি ধৰিলে তৰুণ গগৈ ডাঙৰীয়াই।

মহানায়ক বিদায়।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ জন্ম বার্ষিকী উপলক্ষে তেওঁক শ্ৰদ্ধাৰে সোৱৰিছো ।
03/10/2020

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ জন্ম বার্ষিকী উপলক্ষে তেওঁক শ্ৰদ্ধাৰে সোৱৰিছো ।

সমূহ পৰীক্ষাৰ্থীক শুভেচ্ছা জনালো✍️✍️✍️
30/09/2020

সমূহ পৰীক্ষাৰ্থীক শুভেচ্ছা জনালো✍️✍️✍️

Address

Nalbari
781335

Telephone

+18638873790

Website

Alerts

Be the first to know and let us send you an email when NSUI active worker posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share