23/09/2025
ডুমুনী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু অহোপা মহম্মদীয়ান যূৱক সংঘৰ সহযোগত আজি (২৩/০৯/২০২৫) তাৰিখে অসমৰ হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৰ আত্মাৰ চিৰশান্তি কামনাৰে মৌন সমদল কাৰ্যসূচী পালন কৰা হয়। 🪔🕯️
জুবিন দা অমৰ হওঁক 🙏
জয় জুবিন দা 🫡 ✊