11/03/2026
আজি ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত চিলচিলাবড়ি খেলপথাৰত (সাহান) পৃষ্ঠাপ্ৰমুখ সন্মিলন অনুষ্ঠিত কৰা হয়।
আজিৰ এই সন্মিলনত নলবাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ জনপ্ৰিয় কৰ্মদক্ষ মন্ত্ৰী মাননীয় জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ সভাপতি শ্রীজয়ন্ত কুমাৰ বুজৰবৰুৱা ডাঙৰীয়াৰ ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ সন্মানীয় সভাপতি মনোজ ডেকা ডাঙৰীয়াৰ লগতে কেইবাগৰাকীও নেতা আৰু অসংখ্য কাৰ্যকৰ্তা উপস্থিত থাকে।
Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah