18/07/2021
ৰক্ত দান মহান দান।
আজি আমাৰ """"The Rudra Blood Donors Group,""""ৰ পৰা sulen Rajbongshi য়ে নলবাৰী SMK চিভিল হস্পিটেলত এগৰাকী ৰোগীক ৰক্ত দান কৰে।
আগন্তুক দিনত যাতে এনেকৈয়ে সকলোকে সহায়ৰ হাত আগবঢ়াব পাৰো তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব।