Nalbari District Administration

Nalbari District Administration Official page for sharing information pertaining to GOA and Nalbari District Administration

Dedicated census teams are reaching the remotest char areas to ensure comprehensive coverage and that no household is le...
30/08/2026

Dedicated census teams are reaching the remotest char areas to ensure comprehensive coverage and that no household is left unenumerated in Census 2027.

লোকপিয়ল ২০২৭ৰ সৰ্বাংগীন আৱৰণ নিশ্চিত কৰিবলৈ লোকপিয়ল কৰ্মীসকলে দুৰ্গম চৰ অঞ্চলসমূহতো উপস্থিত হৈ প্ৰতিটো পৰিয়ালৰ তথ্য সংগ্ৰহ কৰি আছে।




Census India 2027
Ministry of Home Affairs, Government of India
Census Operations Assam
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Nalbari

30/08/2026

Serving on the Ground for Census 2027 🏠📋

Census Enumerators are actively engaged in field duties across Nalbari, reaching households and contributing to a comprehensive and reliable Census 2027.




Census India 2027
Ministry of Home Affairs, Government of India
Census Operations Assam
CMO Assam
Directorate of Information and Public Relations, Assam

📍📍 জৰুৰী আহ্বান | নলবাৰী জিলা প্ৰশাসননেপালত ২৬ আগষ্টত সংঘটিত প্ৰলয়ংকাৰী বানৰ পৰিপ্ৰেক্ষিতত নলবাৰী জিলা প্ৰশাসনে নেপাল ভ...
29/08/2026

📍📍 জৰুৰী আহ্বান | নলবাৰী জিলা প্ৰশাসন

নেপালত ২৬ আগষ্টত সংঘটিত প্ৰলয়ংকাৰী বানৰ পৰিপ্ৰেক্ষিতত নলবাৰী জিলা প্ৰশাসনে নেপাল ভ্ৰমণ কৰা লোকসকলৰ পৰিয়ালক আহ্বান জনাইছে—যিসকল পৰিয়ালৰ সদস্যৰ সৈতে বৰ্তমান যোগাযোগ স্থাপন হোৱা নাই, তেওঁলোকৰ তথ্য প্ৰশাসনক অৱগত কৰক।

নাম, বয়স, ঠিকনা, নেপাললৈ যোৱাৰ তাৰিখ, মোবাইল নম্বৰ আদি তথ্য জনাবলৈ যোগাযোগ কৰক।

📞 জৰুৰী সেৱাৰ ফোন নম্বৰসমূহ হ'ল- ০৩৬২৪-২২০২১৯,৮০১১৪৩০১২৪,৯৬৭৮০৩৯০৫৩,৯৬৭৮০৬০২৮৭,৮৪৮৬৮৫১০৫০ আৰু বিনামূলীয়া ফোন নম্বৰ-১০৭৭

📍📍 Urgent Appeal | Nalbari District Administration

In view of the devastating floods in Nepal on 26th August, the Nalbari District Administration appeals to the families of residents who recently travelled to Nepal.

Families who are unable to establish contact with their members are requested to share their name, age, address, date of travel to Nepal, mobile number, and other relevant details with the District Administration.

📞 Emergency Helplines (24×7):
03624-220219 | 8011430124 | 9678039053
9678060287 | 8486851050
Toll-Free: 1077



MyGovIndia
CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam

28/08/2026
28/08/2026

📹 লোকপিয়ল ২০২৭ক লৈ আপুনিও প্ৰস্তুত কৰক তথ্যসমৃদ্ধ আৰু জনসচেতনতামূলক ভিডিঅ’।

আপোনাৰ সৃষ্টিশীলতাৰে লোকপিয়লৰ সঠিক বাৰ্তা ৰাইজৰ মাজত প্ৰচাৰ কৰক। Census Operations Assam পেজৰ সৈতে সহযোগিতাৰ বাবে Collaboration Request পঠিয়াওক আৰু লোকপিয়লৰ সজাগতা অভিযানৰ অংশীদাৰ হওক ৷

Today, August 27, 2026, A high-level meeting was chaired by District Commissioner Shri Nibedan Das Patowary, ACS, alongs...
27/08/2026

Today, August 27, 2026, A high-level meeting was chaired by District Commissioner Shri Nibedan Das Patowary, ACS, alongside Senior Superintendent of Police Shri Bibekananda Das, APS, to review preparedness for the upcoming visit of the Hon’ble Chief Minister of Assam regarding the PepsiCo Industry Project.

​The meeting was attended by ADCs, CO, BO, Dy. SPs, Executive Engineers, PepsiCo leadership including the Project Head and HR Manager, the LDM, Authority of Ross Foodchain Solutions Pvt Ltd and key department officials to ensure smooth coordination and ex*****on.

আজি, ২৭ আগষ্ট, ২০২৬ তাৰিখে জিলা আয়ুক্ত শ্ৰী নিবেদন দাস পাটোৱাৰী, অ.অ.সে. আৰু আৰক্ষী অধীক্ষক শ্ৰী বিবেকানন্দ দাস,অ.আ.সে. ডাঙৰীয়াৰ যৌথ অধ্যক্ষতাত পেপচিক’ উদ্যোগ প্ৰকল্পৰ সন্দৰ্ভত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আগন্তুক ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এক উচ্চস্তৰীয় সভা অনুষ্ঠিত হয়।

​উক্ত সভাত সুচাৰু সমন্বয় আৰু কাৰ্যসূচী ৰূপায়ন নিশ্চিত কৰাৰ উদ্দেশ্যে অতিৰিক্ত জিলা আয়ুক্তসকল, চক্ৰ বিষয়া, শাখা বিষয়া, উপ-আৰক্ষী অধীক্ষকসকল, কাৰ্যবাহী অভিযন্তাসকল, পেপচিক’ৰ প্ৰকল্প মুৰব্বী আৰু মানৱ সম্পদ প্ৰবন্ধক, এল ডি এম,ৰছ ফুডচেইন ছলিউচনছ প্ৰাইভেট লিমিটেডৰ কৰ্তৃপক্ষ আৰু অন্যান্য সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

CMO Assam
Directorate of Information and Public Relations, Assam

🌟IndiaSkills Competitions 2026–27Registrations are OPEN! Students, ITI trainees, graduates & young professionals can sho...
27/08/2026

🌟IndiaSkills Competitions 2026–27

Registrations are OPEN!

Students, ITI trainees, graduates & young professionals can showcase their talent across 60+ skills, gain national recognition and unlock exciting career opportunities.

📲 Register now: www.indiaskills.gov.in

Compete. Learn. Excel. Inspire.

🌟 ইণ্ডিয়া স্কিলছ প্ৰতিযোগিতা ২০২৬–২৭

পঞ্জীয়ন আৰম্ভ হৈছে!

ছাত্ৰ-ছাত্ৰী, আইটিআই প্ৰশিক্ষাৰ্থী, স্নাতক আৰু যুৱ পেছাদাৰীসকলৰ বাবে ৬০+ দক্ষতা ক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ আৰু কেৰিয়াৰৰ নতুন সুযোগ লাভ কৰাৰ সুবৰ্ণ সুযোগ।

📲 এতিয়াই পঞ্জীয়ন কৰক: www.indiaskills.gov.in

প্ৰতিযোগিতা কৰক। শিকক। উৎকৰ্ষ সাধন কৰক। অনুপ্ৰাণিত কৰক।




Skill India
NSDC National Skill Development Corporation
IndiaSkills
WorldSkills
CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam

Today, August 27, 2026, District Commissioner Shri Nibedan Das Patowary, ACS chaired in a District Level Committee meeti...
27/08/2026

Today, August 27, 2026, District Commissioner Shri Nibedan Das Patowary, ACS chaired in a District Level Committee meeting regarding the identification of Nayaks and Nayikas under the Hon’ble Governor of Assam’s initiative, "Amar Mati Amar Nayak," was held at the Conference Hall of the Integrated District Commissioner Office, Nalbari.

The meeting was graced by ADC , BO, District Agriculture Officer, Joint Director of Health, DIPRO, Inspector of School, along with other officials.

আজি, ২৭ আগষ্ট ২০২৬ তাৰিখে জিলা আয়ুক্ত শ্ৰী নিবেদন দাস পাটোৱাৰী, অ.অ.সে. ডাঙৰীয়াই অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ৰ উদ্যোগ 'আমাৰ মাটি আমাৰ নায়ক'ৰ অধীনত নায়ক আৰু নায়িকাসকলৰ চিনাক্তকৰণ সম্পৰ্কত নলবাৰীৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত জিলা পৰ্যায়ৰ সমিতিৰ সভাখনত সভাপতিত্ব কৰে।

​এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, শাখা বিষয়া, জিলা কৃষি বিষয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জিলা তথ্য আৰু জনসম্পৰ্ক বিষয়া, বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।

CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam

Today, on 26th August 2026, the District Commissioner, Nalbari, Shri Nibedan Das Patowary, ACS, chaired the District Dev...
26/08/2026

Today, on 26th August 2026, the District Commissioner, Nalbari, Shri Nibedan Das Patowary, ACS, chaired the District Development Committee (DDC) meeting at the Conference Hall of the Integrated District Commissioner’s Office, Nalbari.

The meeting reviewed the progress of ongoing district-level development projects and schemes, with discussions focused on timely completion of works and effective delivery of public services.

The meeting was attended by the CEO, Zilla Parishad, ADCs, COs, and other concerned departmental officials.

আজি, ২৬ আগষ্ট ২০২৬ তাৰিখে নলবাৰী জিলাৰ জিলা আয়ুক্ত শ্ৰী নিবেদন দাস পাটোৱাৰী, অ.অ.সে.ৰ অধ্যক্ষতাত নলবাৰী সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়।

সভাত জিলাখনৰ চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে উন্নয়নমূলক কামসমূহ সময়মতে সম্পূৰ্ণ কৰা আৰু জনসাধাৰণক ফলপ্ৰসূভাৱে সেৱা প্ৰদানৰ ওপৰত আলোচনা কৰা হয়।

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্তসকল, চক্ৰ বিষয়াসকল আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam

26/08/2026

Address

Milanpur, Jail Road
Nalbari
781337

Alerts

Be the first to know and let us send you an email when Nalbari District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share