AAP Youth Wing Nalbari

AAP Youth Wing Nalbari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AAP Youth Wing Nalbari, Political organisation, Nalbari.

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীৰ প্ৰথম তালিকা৷
15/03/2026

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীৰ প্ৰথম তালিকা৷

ৰাজ্যত হৈ থকা অমানৱীয় ভাৱে চৰকাৰী উচ্ছেদৰ বিৰুদ্ধে আৰু উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবীত আম আদমি পার্টী অসমে তীব্ৰ গ...
10/07/2025

ৰাজ্যত হৈ থকা অমানৱীয় ভাৱে চৰকাৰী উচ্ছেদৰ বিৰুদ্ধে আৰু উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবীত আম আদমি পার্টী অসমে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলে...
বিজেপি চৰকাৰে এই গণতান্ত্ৰিক প্ৰতিবাদক ভয় কৰি আমাৰ আপৰ নেতা কৰ্মী সকলক আটক কৰে, আমাৰ আপৰ নেতা কৰ্মী সকলক বিনা চৰ্তে প্ৰশাসনক মুকলি কৰি দিবলৈ অনুৰোধ জনালোঁ।

ুৱ_শক্তি_অসম

মুখ্যমন্ত্ৰী মহোদয়, যদি উমৰাংছু কয়লা খনিত অবৈধ খনন আছিলেই, গাৰ্লোচা দম্পত্তিক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই?অসমৰ ৰাইজ...
12/01/2025

মুখ্যমন্ত্ৰী মহোদয়, যদি উমৰাংছু কয়লা খনিত অবৈধ খনন আছিলেই, গাৰ্লোচা দম্পত্তিক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই?

অসমৰ ৰাইজে জানিব বিচাৰিছে, বিজেপি নেতাও এই চিণ্ডিকেটত জড়িত আছে নেকি?

আপ যুৱ শক্তি (নলবাৰী)তৰফৰ পৰা হৰেকৃষ্ণ নাথলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।
10/01/2025

আপ যুৱ শক্তি (নলবাৰী)তৰফৰ পৰা হৰেকৃষ্ণ নাথলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।

শুভ সংবাদ 🎉🎉অসম তৃণমূল কংগ্ৰেছৰ গোলাঘাট জিলাৰ জিলা সভাপতি তনয় জ্যোতি বাইলুং ডাঙৰীয়াই আজি আম আদমি পাৰ্টী দলৰ নীতি-আদৰ্শ...
09/12/2024

শুভ সংবাদ 🎉🎉
অসম তৃণমূল কংগ্ৰেছৰ গোলাঘাট জিলাৰ জিলা সভাপতি তনয় জ্যোতি বাইলুং ডাঙৰীয়াই আজি আম আদমি পাৰ্টী দলৰ নীতি-আদৰ্শ আৰু কেজৰিৱাল ডাঙৰীয়াৰ কামৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আম আদমি পাৰ্টী অসমৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আজি আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টীত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ ডাঙৰীয়াৰ লগতে ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীৱ শইকীয়া, গৱেষণা আৰু বিশ্লেষণ বিভাগৰ ৰাজ্যিক সমন্বয়ক লক্ষ্মীকান্ত দোবে, ৰাজ্যিক সদস্য প্ৰবীণ চন্দ্ৰ শৰ্মা।
আপৰ পৰিয়াল লৈ আপোনাক আদৰণি জনাইছোঁ। 🎉🎉

09/12/2024

আজি নলবাৰী জিলাত আয়োজন কৰা আম আদমি পাৰ্টীৰ নলবাৰী জিলা কাৰ্যকৰ্তা সভাত স্থানীয় এগৰাকী সমাজ সচেতন ব্যক্তিৰ বক্তব্য-

নিশ্চয় শুনক--


নলবাৰী জিলা আম আদমী পাৰ্টীৰ কৰ্য্যকৰ্তা সভাত উপস্থিত থাকে ৰাজ্যিক উপ:সভাপতি মামুদ উমদাদুল হক চৌধুৰী ,যুৱনেতা তথা ৰাজ্যিক...
08/12/2024

নলবাৰী জিলা আম আদমী পাৰ্টীৰ কৰ্য্যকৰ্তা সভাত উপস্থিত থাকে ৰাজ্যিক উপ:সভাপতি মামুদ উমদাদুল হক চৌধুৰী ,যুৱনেতা তথা ৰাজ্যিক সাংগঠনিক সম্পাদক নিলমণি শইকীয়া, ৰাজ্যিক যুতিয়া সম্পাদক পংকজ দাস, নলবাৰী জিলাৰ কাৰ্য কৰ্তা বাবন শৰ্মা,যুৱনেতা হৰেকৃষ্ণ নাথ,অনুপ চৌধুৰী,চৰিফুল আলী , আব্দুল ৰোফ ,ৰাজ্যিক যুৱ শক্তিৰ নেতা চম্পক হালৈকে আদি কৰি শতাধিক কাৰ্য্য কৰ্তা উপস্থিত থাকে।
সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয়। ৰাজ্যিক বিষয় ববীয়াই জানিব দিয়া মতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টী নলবাৰী জিলা সমিতিয়ে নলবাৰী জিলাৰ আটাইবোৰ পঞ্চায়তত আপৰ প্ৰাৰ্থী থাকিব বুলি উল্লেখ কৰে।আৰু ইতিমধ্যে দলটোৱে প্ৰাৰ্থী বাচনিৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে।।

অহা ৮-১২-২০২৪ ইং ৰবিবাৰে ৰাতিপুৱা ১১ বজাত  নলবাৰী জিলা আপৰ কাৰ্য কৰ্তা সকলোৰ লগত এখন সাংগঠনিক সভা আয়োজন কৰা হৈছে উক্ত স...
03/12/2024

অহা ৮-১২-২০২৪ ইং ৰবিবাৰে ৰাতিপুৱা ১১ বজাত নলবাৰী জিলা আপৰ কাৰ্য কৰ্তা সকলোৰ লগত এখন সাংগঠনিক সভা আয়োজন কৰা হৈছে উক্ত সভাত সকলো কাৰ্য কৰ্তাৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো।
স্থান: নলবাৰী জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত।
যোগাযোগ -7002425127,7002640341

বিকল্প মানেই AAP ✊
02/12/2024

বিকল্প মানেই AAP ✊

২ ডিচেম্বৰ, অসম দিৱসবিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ ভেটি নিৰ্মাণ কৰা চাওলুংঢ্যু-কা-ফাক শ্ৰদ্ধাৰে সুৱৰিছোঁ।🙏
02/12/2024

২ ডিচেম্বৰ, অসম দিৱস

বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ ভেটি নিৰ্মাণ কৰা চাওলুংঢ্যু-কা-ফাক শ্ৰদ্ধাৰে সুৱৰিছোঁ।🙏

01/12/2024

বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে একগোট হৈছে অসমৰ ৰাইজ। দিল্লী-পাঞ্জাবৰ দৰে এইবাৰ অসমতো হ'ব কামৰ ৰাজনীতি। এইবাৰ অসমতো চলিব ঝাড়ু 🧹 ।

মানকাছাৰ জিলাৰ কুছনিমাৰা পঞ্চায়তত আয়োজন কৰা যোগদান সভা আজি জনসমূদ্ৰত পৰিণত হয়। নিশাৰ ঠাণ্ডাকো নেওচি ৭০০ তকৈ অধিক লোকে...
30/11/2024

মানকাছাৰ জিলাৰ কুছনিমাৰা পঞ্চায়তত আয়োজন কৰা যোগদান সভা আজি জনসমূদ্ৰত পৰিণত হয়। নিশাৰ ঠাণ্ডাকো নেওচি ৭০০ তকৈ অধিক লোকে আজি আপ অসমৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ ডাঙৰীয়াৰ আৰু আপ অসম যুৱ শক্তিৰ ৰাজ্যিক সভাপতি বাবুল বিকাশ চেতিয়া ডাঙৰীয়াৰ উপস্থিতিত দলৰ নীতি আদৰ্শ আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কামৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰে।



Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when AAP Youth Wing Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share