27/08/2026
আমি "নৱদ্বীপা অৰ্গেনিক কৃষক উৎপাদক সংস্থাই" থলুৱা কৃষকক লৈ কৃষিজাত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ গ্ৰাহকৰ পাকঘৰত উন্নত আৰু চিকুনতাৰে উপলব্ধ কৰাব বাবে দ্বায়বদ্ধ।
এই ক্ষেত্ৰত কৃষ্ণ কান্ত বৰা ডাঙৰীয়াৰ প্ৰচেষ্টা আৰু অভিভাৱকত্ব বাৰুকৈৱে উল্লেখযোগ্য।
Video Courtesy: প্ৰতি দিন TIME