Marowa

Marowa Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Marowa, Hajo Nalbari Road, Nalbari.
(1)

মৰোৱা আমাৰ মৰমৰ গাওঁ খন!
নলবাৰী জিলাৰ বৰভাগৰ অন্তৰ্গত মৰোৱা গাওঁখন! মৰোৱাৰ শংঙ্কৰদেৱ জন্ম জয়ন্তী উৎসৱ আমাৰ আবেগ, আমাৰ পৰিচয়। আমাৰ আদি সেৱাথলী শংঙ্কৰদেৱ নামঘৰ মৰোৱা

নমস্কাৰ🙏🏻Info: Anupam Baishya
28/08/2026

নমস্কাৰ🙏🏻

Info: Anupam Baishya

15/08/2026

Happy Independence Day 🇮🇳

27/07/2026
19/07/2026

নলবাৰী জিলাৰ বৰভাগ-পূব বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ অন্তৰ্গত মৰোৱা প্ৰাথমিক শাখাৰ উদ্যোগত মৰোৱাত বিগত কেইদিন ধৰি আয়োজন কৰা গ্ৰীষ্মকালীন আধ্যাত্মিক অনুশীলন কাৰ্যসূচী আজি এক বৰ্ণাঢ্য অনুষ্ঠানৰ মাজেৰে সফলভাৱে সামৰণি পৰে।
নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উত্তৰণৰ লক্ষ্যৰে এই বিশেষ অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল। প্ৰায় ৫০ গৰাকী শিক্ষাৰ্থীয়ে অতিকৈ উৎসাহেৰে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ বিষয়ে জানিবলৈ দি উদ্যোক্তাসকলে কয় যে, উঠি অহা প্ৰজন্মক আমাৰ চহকী সাংস্কৃতিক উত্তৰাধিকাৰৰ সৈতে পৰিচয় কৰি দিয়াৰ লগতে তেওঁলোকৰ চৰিত্ৰ গঠনত এই প্ৰশিক্ষণে বিশেষ ভূমিকা গ্ৰহণ কৰিব। প্ৰশিক্ষণৰ সময়ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক বৰগীত, খোল আৰু তালবাদ্যৰ প্ৰাৰম্ভিক শিক্ষা প্ৰদান কৰা হয়।
আজিৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অতি দক্ষতাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

Congratulations
17/07/2026

Congratulations

অসমীয়া অভিনয় জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ, জ্যেষ্ঠ অভিনেত্ৰী পূৰৱী শৰ্মা বাইদেওঁৰ বিয়োগত আমি গভীৰভাৱে মৰ্মাহত। তেখেতৰ ...
14/07/2026

অসমীয়া অভিনয় জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ, জ্যেষ্ঠ অভিনেত্ৰী পূৰৱী শৰ্মা বাইদেওঁৰ বিয়োগত আমি গভীৰভাৱে মৰ্মাহত। তেখেতৰ অনন্য অভিনয়েৰে অসমীয়া দৰ্শকৰ হৃদয়ত সদায় এক সুকীয়া স্থান অধিকাৰ কৰি থাকিব। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ওঁম শান্তি! 🙏💐"

23/06/2026

আপোনাক আৰু আপোনাৰ পৰিয়াললৈ অম্বুবাচী মহোৎসৱৰ আন্তৰিক শুভকামনা!
পবিত্ৰ অম্বুবাচী উপলক্ষে মা কামাখ্যাৰ চৰণত প্ৰণাম জনাইছোঁ। মাৰ আশীৰ্বাদেৰে সকলোৰে জীৱন মংগলময় হওক। জগতজননী মাঁ কামাখ্যাই সকলোকে কুশলে ৰাখক। 🌸🙏

সৃষ্টি আৰু সংগ্ৰামৰ যুগলবন্দী: কলাগুৰুৰ চৰণত শত-কোটি প্ৰণাম।"
20/06/2026

সৃষ্টি আৰু সংগ্ৰামৰ যুগলবন্দী: কলাগুৰুৰ চৰণত শত-কোটি প্ৰণাম।"

Address

Hajo Nalbari Road
Nalbari
781348

Website

Alerts

Be the first to know and let us send you an email when Marowa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share