Barkhala,Nalbari,Assam

Barkhala,Nalbari,Assam Vill - Barkhala, Dist - Nalbari, Pin - 781350, State - Assam , country - India|| Official Page ||

26/10/2025

বৰখালাত আজি ৰ চূড়ান্ত খেল সময় সন্ধিয়া ৭ বজাত মুকালমুৱা এফ চি বনাম ৰাইনো ক্লাৱ ছয়গাঁও ॥ টিকটৰ মূল্য মাত্ৰ ৫০.০০ টকা ॥

10/10/2025

আহিব সকলো 🙏🏻🙏🏻🙏🏻
১৭আৰু১৮ অক্টোবৰ ২০২৫ 🙏🏻
শুক্ৰবাৰ আৰু শনিবাৰ

আপোনালোকক জনাবলৈ পায় সুখী হৈছো যে অহা ২০২৬-২৭ নাট্যবৰ্ষত আপোনালোকৰ বাবে আমি আকৌ এবাৰ নিমন্ত্ৰণ কৰিছো ইতিহাস থিয়েটাৰ 🙏🏻🙏...
13/09/2025

আপোনালোকক জনাবলৈ পায় সুখী হৈছো যে অহা ২০২৬-২৭ নাট্যবৰ্ষত আপোনালোকৰ বাবে আমি আকৌ এবাৰ নিমন্ত্ৰণ কৰিছো ইতিহাস থিয়েটাৰ 🙏🏻🙏🏻🙏🏻

বৰভাগ ইউনাইটেড স্পোটচ ক্লাবৰ তৰফৰ পৰা আপোনালোকৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল।
02/09/2025

বৰভাগ ইউনাইটেড স্পোটচ ক্লাবৰ তৰফৰ পৰা আপোনালোকৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল।

সকলোৰে সহায় সহযোগীতা আৰু উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো 🙏🏻
29/08/2025

সকলোৰে সহায় সহযোগীতা আৰু উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো 🙏🏻

আজি আবেলি আমাৰ গাঁৱৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু প:ব:ধী:উ:মা: বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ মাননীয় গিৰীশ চন্দ্ৰ দাস দেৱৰ পৰ...
26/07/2025

আজি আবেলি আমাৰ গাঁৱৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু প:ব:ধী:উ:মা: বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ মাননীয় গিৰীশ চন্দ্ৰ দাস দেৱৰ পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুত আমি বৰখালাবাসী ৰাইজে অতিকৈ মৰ্মাহত হৈছোঁ। আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ॥ ছাৰৰ মৃত্যু বৰখালাৰ লগতে এই অঞ্চলৰ বাবে এক অপূৰনীয় ক্ষতি ॥ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏🏻🙏🏻🙏🏻

ঔম শান্তি🙏🏻🙏🏻🙏🏻

সকলো নাট‍্যপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ ॥২৬/০৭/২০২৫- ৰঘুনাথ              ৰচনা- পুলেন দ...
14/07/2025

সকলো নাট‍্যপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ ॥

২৬/০৭/২০২৫- ৰঘুনাথ
ৰচনা- পুলেন দাস ॥
পৰিচালনা- বুবুল কলিতা ॥

২৭/০৭/২০২৫ - শব্দ
ৰচনা আৰু পৰিচালনা- বুবুল কলিতা ॥

ঈশ্বৰী নাট মহোৎসৱ ৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে অসমীয়া গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা।
13/07/2025

ঈশ্বৰী নাট মহোৎসৱ ৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে অসমীয়া গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা।

শিশুজনৰ জীৱিকাৰ চিন্তা এতিয়া নহয়, শিশুজনৰ বাবে আমি মঞ্চৰহে সুবিধা কৰি দিব আগ্ৰহ প্ৰকাশ কৰিছো,শিশুজনে যেতিয়া পাঠদান শিক্ষ...
20/06/2025

শিশুজনৰ জীৱিকাৰ চিন্তা এতিয়া নহয়, শিশুজনৰ বাবে আমি মঞ্চৰহে সুবিধা কৰি দিব আগ্ৰহ প্ৰকাশ কৰিছো,শিশুজনে যেতিয়া পাঠদান শিক্ষাৰ লগতে সামাজিক, সাংকৃতিক শিক্ষা আহৰণ কৰিব তেতিয়া দেখিব আজিৰ শিশু কালিলৈ ভৱিষ্যত।

30/04/2025

বৰখালা যুৱ সমাজ'ৰ উদ্যোগত অহা ০১মে/২০২৫ ইং তাৰিখ বৃহস্পতিবাৰে এদিনীয়াকৈ ৰঙালী বিহু আয়োজন কৰা হৈছে। উক্ত সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ' “দেৱা গীৎজ” আৰু ৰিকি দাসে ।।।।।সমূহ বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা 'বৰখালা যুৱ সমাজ'ৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছো।।।।।

💐💐💐এটি ভাল খৱৰ 💐💐💐এতিয়াৰে পৰা সদায় ৰাতিপুৱা এইখন ASTC ৰ শীত-তাপ নিয়ন্ত্ৰিত (AC) বাছ বৰখালা চ'ক ৰ পৰা  কেন্দুকোনা, বাইহাট...
26/04/2025

💐💐💐এটি ভাল খৱৰ 💐💐💐

এতিয়াৰে পৰা সদায় ৰাতিপুৱা এইখন ASTC ৰ শীত-তাপ নিয়ন্ত্ৰিত (AC) বাছ বৰখালা চ'ক ৰ পৰা কেন্দুকোনা, বাইহাটা চাৰিআলি হৈ গুৱাহাটী কাছাৰী ৰ মাজেদি GMCH হৈ খানাপাৰালৈ যাব ॥

সমূহ যাত্ৰীকে জনোৱা হ'ল যে তলত উল্লেখিত সময়সীমা মতে বাছ খন অহা-যোৱা কৰিব পাৰিব ॥

বৰখালাৰ পৰা ৰাতিপুৱা‌ ৭ঃ৩০ বজাত ॥
গুৱাহাটীৰ পৰা আবেলি ২ঃ০০ বজাত ॥

Address

Barkhala
Nalbari
781350

Alerts

Be the first to know and let us send you an email when Barkhala,Nalbari,Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Barkhala,Nalbari,Assam:

Share

BARKHALA

WELCOME TO BARKHALA