Nazira Municipal Board

Nazira Municipal Board Nazira is a small historical town in the District of Sivasagar. It has an land area of 2003B, 4K, 3L

19/10/2025

Nazira Municipal Board has organised as part of the “Swachh Diwali Shubh Diwali” campaign under Swachh Bharat Mission (U).

Nazira Municipal Board invites all students of school and colleges under its jurisdiction to participate in the Mascot D...
05/06/2025

Nazira Municipal Board invites all students of school and colleges under its jurisdiction to participate in the Mascot Design competition as a part of World Environment Day.
Them -"Ending Plastic pollution Globally"
Looking forward for your co-operation.

Bharat Mission urban, Assam

নাজিৰা পৌৰসভা কাৰ্য্যালয় তৰফৰ পৰা ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ কিছু আলোকচিত্ৰ।
15/08/2024

নাজিৰা পৌৰসভা কাৰ্য্যালয় তৰফৰ পৰা ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ কিছু আলোকচিত্ৰ।

16/12/2023

© Content owned, updated and maintained by the MyGov Cell. MyGov platform is designed, developed and hosted by National Informatics Centre, Ministry of Electronics & Information Technology, Government of India.

Celebrate Diwali with a difference this yearThe* 'Swachh Diwali Shubh Diwali'* has been launched by MoHUA with focus on:...
08/11/2023

Celebrate Diwali with a difference this year
The* 'Swachh Diwali Shubh Diwali'* has been launched by MoHUA with focus on:
1. Use of eco -friendly local products
2. Saying no to Single Use Plastic
3. Clean & green Diwali.
The *SWachh Diwali signature Campaign* is now live on the *MyGOV* website.

© Content owned, updated and maintained by the MyGov Cell. MyGov platform is designed, developed and hosted by National Informatics Centre, Ministry of Electronics & Information Technology, Government of India.

02/10/2023
নাজিৰা পৌৰসভাৰ উদ্যোগত “মোৰ মাটি মোৰ দেশ” লগত সংগতি ৰাখি আজি ইং- ০২/১০/২০২৩ তাৰিখে দিনৰ ১১.০০ বজাত নাজিৰা নাট্য মন্দিৰৰ ...
02/10/2023

নাজিৰা পৌৰসভাৰ উদ্যোগত “মোৰ মাটি মোৰ দেশ” লগত সংগতি ৰাখি আজি ইং- ০২/১০/২০২৩ তাৰিখে দিনৰ ১১.০০ বজাত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগনত অমৃত কলহ যাত্ৰাৰ সন্দৰ্ভত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হোৱাৰ লগতে অমৃত কলহ সমূহ সন্মান সহকাৰে সংগ্ৰহ কৰি নাজিৰা নাট্য মন্দিৰৰ পৰা নাজিৰা পৌৰসভাৰ কাৰ্য্যালয়লৈকে শোভাযাত্ৰা কৰি অমৃত কলহ সমূহ সন্মান সহকাৰে পৌৰসভা কাৰ্য্যালয়ত সংৰক্ষন কৰি ৰখা হয়। উক্ত শোভাযাত্ৰা অনুষ্ঠানটিত উপস্থিত থাকি অংশ গ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত তপন কুমাৰ গগৈ দাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ সভাপতি মাননীয় শ্ৰীযুত ময়ুৰ বৰগোঁহাই দাঙৰীয়া, মাননীয় নাজিৰা পৌৰসভাৰ পৌৰনেত্ৰী শ্ৰীযুতা বৰ্ণালী চেতিয়া দাঙৰীয়ানী, মাননীয় নাজিৰা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া শ্ৰীযুত কল্যান জ্যোতি হাজৰীকা, এ.চি.এছ দাঙৰীয়া, শিৱসাগৰ জিলাৰ ক্ৰীয়া বিষয়া মাননীয় শ্ৰীযুত প্ৰতীম বৰুৱা দাঙৰীয়াৰ লগতে নাজিৰা পৌৰসভাৰ সমূহ কৰ্ম্মচাৰীবৃন্দ, নাজিৰা পৌৰসভাৰ বিভাগীয় ৱাৰ্ড সদস্য/সদস্যাসকলৰ লগতে আত্ম সহায়ক গোট সমূহ ইয়াৰ লগতে নগৰৰ স্থানীয় ৰাইজৰ উপস্থিতিত শুভযাত্ৰা কৰাৰৰ কিছু অলোকচিত্ৰ।।

স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি গান্ধী জয়ন্তীৰ লগতে ''স্বচ্ছতা হি সেৱা'' ৰ উপলক্ষ্যে নাজিৰা পৌৰসভাৰ উদ্যোগত ইং- ০২/১০...
30/09/2023

স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি গান্ধী জয়ন্তীৰ লগতে ''স্বচ্ছতা হি সেৱা'' ৰ উপলক্ষ্যে নাজিৰা পৌৰসভাৰ উদ্যোগত ইং- ০২/১০/২০২৩ তাৰিখে দিনৰ ১২.০০ বজাত স্বৰাজ একাডেমী, নাজিৰাত এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবৰ বাবে জনোৱা হল । প্ৰতিযোগিতাৰ বিষয় আৰু নিয়মসমূহ লগত সংলগ্ন কৰা হৈছে ।

অমৃত কলহ যাত্ৰাৰ শুভৰম্ভণি কৰা কিছু অলোকচিত্ৰ।।
30/09/2023

অমৃত কলহ যাত্ৰাৰ শুভৰম্ভণি কৰা কিছু অলোকচিত্ৰ।।

নাজিৰা পৌৰসভাৰ উদ্যোগত “মোৰ মাটি মোৰ দেশ” লগত সংগতি ৰাখি ইং-২০/০৯/২০২৩ তাৰিখৰ পৰা ০১/১০/২০২৩ তাৰিখলৈকে নাজিৰা নগৰৰ সমূহ ...
30/09/2023

নাজিৰা পৌৰসভাৰ উদ্যোগত “মোৰ মাটি মোৰ দেশ” লগত সংগতি ৰাখি ইং-২০/০৯/২০২৩ তাৰিখৰ পৰা ০১/১০/২০২৩ তাৰিখলৈকে নাজিৰা নগৰৰ সমূহ ১০ টা ৱাৰ্ডৰ বিভাগীয় ৱাৰ্ড সদস্য/সদস্যাসকলৰ লগতে আত্ম সহায়ক গোট সমূহে নগৰৰ প্ৰতি ঘৰে-ঘৰে গৈ কলহত মাটি সংগ্ৰহ কৰি লিফলেট সমূহ পাঠ কৰি বিতৰণ কৰি অমৃত কলহ যাত্ৰাৰ শুভৰম্ভণি কৰা কিছু অলোকচিত্ৰ।।

24/09/2023

Proudly Presented to NAZIRA MUNICIPAL BOARD for taking part in MERI MAATI MERA DESH PROGRAMME

নাজিৰা পৌৰসভাৰ সৌজন্যত Indian Swachhta League 2.0 লগত সংগতি ৰাখি   বৰপুখুৰী পাৰৰ লগতে লাচিত শিশু উদ্যনত Plogging & clean...
17/09/2023

নাজিৰা পৌৰসভাৰ সৌজন্যত Indian Swachhta League 2.0 লগত সংগতি ৰাখি বৰপুখুৰী পাৰৰ লগতে লাচিত শিশু উদ্যনত Plogging & cleaning drive ৰ কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ ।
Swachh Bharat
Swachhta Hi Seva

Address

Nazira
785685

Alerts

Be the first to know and let us send you an email when Nazira Municipal Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nazira Municipal Board:

Share