BJP Nazira Mandal

BJP Nazira Mandal This is the official page of BJP Nazira Mandal.

20/08/2026
আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীস্থিত লোকসেৱা ভৱনৰ পৰা ভাৰ্চুৱেলী শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ...
17/08/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীস্থিত লোকসেৱা ভৱনৰ পৰা ভাৰ্চুৱেলী শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈ ডি.বি.টি.ৰ জৰিয়তে অন্তৱৰ্তীকালীন বান সাহাৰ্যৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।এই উপলক্ষে নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীত সন্মানীয় বিধায়ক ময়ুৰ বৰগোঁহাই ডাঙৰীয়া উপস্থিত থাকে।

16/08/2026

অতি সোনকালেই ৰাইজৰ সেৱাৰ বাবে মুকলি হব লিগিৰী পুখুৰীৰ নৱনিৰ্মিত অসামৰিক চিকিৎসালয়।

নাজিৰা বিধানসভা সমষ্টিত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ Post Disaster Need Assessment (PDNA)-ৰ বাবে দ্ৰুত মূল্যায়ন জৰীপৰ...
09/08/2026

নাজিৰা বিধানসভা সমষ্টিত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ Post Disaster Need Assessment (PDNA)-ৰ বাবে দ্ৰুত মূল্যায়ন জৰীপৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই।

Address

Nazira
785685

Alerts

Be the first to know and let us send you an email when BJP Nazira Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Nazira Mandal:

Shortcuts

Share