Attsa Mackeypore -"Nazira"

Attsa Mackeypore -"Nazira" Unite in diversity

 #ৰাজ্যৰ ২০২৬ বৰ্ষৰ বিধান সভা নিৰ্ব্বাচনত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীৰ ৮ গৰাকীকৈ বিধায়ক নিৰ্বাচিত হৈছে । আম...
06/05/2026

#ৰাজ্যৰ ২০২৬ বৰ্ষৰ বিধান সভা নিৰ্ব্বাচনত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীৰ ৮ গৰাকীকৈ বিধায়ক নিৰ্বাচিত হৈছে । আমি আশাবাদী নিশ্চিত ভাবে চাহ জনগোষ্ঠী সমাজখনৰ লগতে বৃহৎৰ অসমীয়া জাতিটোক বলিষ্ঠ ভাবে প্ৰতিনিধিত্ব কৰিব । সকলোলৈকে উষ্ম আদৰণি জনালোঁ‌।

27/02/2026
👍
09/02/2026

👍

🏏
07/02/2026

🏏

নাজিৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰদ্ধাৰ শ্ৰীযুত ভৱেন দাস মহোদয় ৰ চাকৰি সূত্রে বদলিকৰণত "আটছা" মেকিপুৰ প্ৰাথমিক গো...
14/12/2025

নাজিৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰদ্ধাৰ শ্ৰীযুত ভৱেন দাস মহোদয় ৰ চাকৰি সূত্রে বদলিকৰণত "আটছা" মেকিপুৰ প্ৰাথমিক গোটৰ তৰফৰ পৰা সভাপতি শ্ৰী অজয় তাঁতী, সম্পাদক শ্ৰী সত্যদেৱ গোৱালা, সহ:সম্পাদক শ্ৰী অমন চিক,উপদেষ্টা শ্ৰী ৰমেশ কৰ্মকাৰ এক মানপত্র যোগে বিদায় সম্বৰ্দ্ধনা জনালো।
নাজিৰাত থকা সময় চোৱাত আপোনাৰ সহযোগিতাৰ আমি শলাগ লৈছো।
অনাগত দিনত আপোনাৰ সু স্বাস্থ্য ও উন্নতি কামনা কৰিলো।
এগৰাকী বিষয়াক বিদায় জনোৱা লগতে নতুনকৈ নাজিৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা শ্ৰদ্ধাৰ শ্ৰীযুত সত্যজিৎ বৰা ছাৰকো
নাজিৰা লৈ স্বাগতম জনালো।

স্পষ্ট হ'ব লাগে✊এইজন জাতিৰ দালালি ৰবি বাৰ্লা কিমান টকাত জাতিগত প্ৰমাণপত্ৰ বিক্ৰী কৰিছে।ইয়াক চাহ জনজাতি জাতীয় সন্মিলনী ...
18/11/2025

স্পষ্ট হ'ব লাগে✊
এইজন জাতিৰ দালালি ৰবি বাৰ্লা কিমান টকাত জাতিগত প্ৰমাণপত্ৰ বিক্ৰী কৰিছে।ইয়াক চাহ জনজাতি জাতীয় সন্মিলনী পৰা অতি শীঘ্ৰে বহিষ্কাৰ কৰি তদন্ত কৰক, কিমান টকাৰ বিনিময়ত জাতিগত প্ৰমাণপত্ৰ বিক্ৰী কৰা হয়।

🙏জহাৰ 🙏🏹JAI ADIVASI 🏹স্বাধীনতা‌ সংগ্ৰামি ধৰতী আৱা ভগৱান বিৰচা মুণ্ডা দেৱৰ ১৫০ সংখ্যক জন্ম জয়ন্তী তেখেতৰ শ্ৰীচৰনত কোটি ক...
15/11/2025

🙏জহাৰ 🙏

🏹JAI ADIVASI 🏹

স্বাধীনতা‌ সংগ্ৰামি ধৰতী আৱা ভগৱান বিৰচা মুণ্ডা দেৱৰ ১৫০ সংখ্যক জন্ম জয়ন্তী তেখেতৰ শ্ৰীচৰনত কোটি কোটি প্ৰণিপাত জনাইছোঁ 🙏
মাত্ৰ ২৫ বছৰ জীয়াই থাকিলেও বীৰছা মুণ্ডা হৈছে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ যুঁজত দীৰ্ঘদিনীয়া প্ৰভাৱ পেলোৱা এজন কিংবদন্তি। ঊনবিংশ শতিকাৰ শেষৰ ফালে সক্ৰিয়তাৰ মনোভাৱ থকা এজন যুৱ স্বাধীনতা সংগ্ৰামী আৰু ভানভাছি নেতা ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ এক প্ৰবল চিন হিচাপে স্মৰণ কৰা হয়।

বীৰছা মুণ্ডা – এগৰাকী ৱানভাছী স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু আৰু এজন লোকনায়ক মুণ্ডা জনগোষ্ঠীৰ অন্তৰ্গত আছিল। বীৰছা মুণ্ডাই ব্ৰিটিছ ৰাজৰ সময়ত ১৯ শতিকাৰ শেষৰ ফালে আধুনিক ওড়িশা, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ছত্তীশগড় আদি জনজাতীয় বেল্টত উদ্ভৱ হোৱা ভাৰতীয় জনজাতীয় গণ আন্দোলনৰ নেতৃত্ব দিছিল। ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় ভানবাসী আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ মুখ মুণ্ডা, যিয়ে কেৱল মুণ্ডাই নহয়, খৰিয়া আৰু ওৰাওনসকলকো বিভিন্ন জনগোষ্ঠীক অনুপ্ৰাণিত কৰিছিল, যিয়ে তেওঁক নিজৰ নেতা হিচাপে গ্ৰহণ কৰিছিল।

১৮৭৫ চনৰ ১৫ নৱেম্বৰত বংগ ৰাষ্ট্ৰপতিৰ উলিহাতুত (বৰ্তমান ঝাৰখণ্ডত) বীৰছা মুণ্ডাৰ জন্ম হৈছিল মুণ্ডা পৰিয়ালত। মুণ্ডাই শৈশৱৰ মাজত দৰিদ্ৰতাৰ মাজত এটা সাধাৰণ জনজাতীয় চেটআপত কটায়, য'ত তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে আৰু মিছনেৰী স্কুলৰ পৰা শিক্ষা লাভ কৰাৰ উদ্দেশ্যে বিৰছা ডেভিদ হয়।

মুণ্ডাই বুজিবলৈ ধৰিলে যে ইংৰাজে থলুৱা জনজাতিৰ বিৰুদ্ধে কৰা শোষণৰ স্বৰূপ। ব্ৰিটিছ কৃষি নীতিৰ ফলত সৃষ্টি হোৱা বিশাল বিঘিনিয়ে এই জনজাতীয় লোকসকলৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাইছিল, তেওঁলোকৰ সাধাৰণ জীৱন-ধাৰণৰ পদ্ধতিত ব্যাঘাত জন্মাইছিল যিটো এতিয়ালৈকে শান্তিপূৰ্ণ আৰু প্ৰকৃতিৰ লগত মিল আছিল। কেৱল ব্ৰিটিছ অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতিয়েই নহয় খ্ৰীষ্টান মিছনেৰীসকলৰ আক্ৰমণাত্মক ধৰ্মীয় আৰু সাংস্কৃতিক নীতিয়েও জনজাতীয় জনসাধাৰণ আৰু তেওঁলোকৰ সংস্কৃতিক তুচ্ছজ্ঞান কৰিছিল যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজৰ ইন্ধন হিচাপে কাম কৰিছিল।

১৮৮৬ চনৰ পৰা ১৮৯০ চনলৈকে চৰ্দাৰ আন্দোলনৰ কেন্দ্ৰৰ ওচৰত থকা চাইবাছাত বীৰছা মুণ্ডাই বহু সময় কটায়। ১৮৯০ চনত তেওঁ চাইবাছা এৰি যোৱাৰ সময়লৈকে জনজাতীয় জনগোষ্ঠীসমূহৰ ওপৰত ইংৰাজৰ অত্যাচাৰৰ বিৰুদ্ধে চলা আন্দোলনত বীৰছাই দৃঢ়ভাৱে শিপাই আছিল।

জনজাতীয় গৌৰৱ দিৱসৰ ১৫০ বছৰীয়া জয়ন্তী বিশেষ🙏
🏹


# #भारत #आदिवासी #আট্‌ছা_জিন্দাবাদ

21/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা শিৱসাগৰ জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি দীপু তাঁতী আৰু সম্পাদক ধৰম কুমাৰ দাস ডাঙৰীয়ালৈ "...
17/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা শিৱসাগৰ জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি দীপু তাঁতী আৰু সম্পাদক ধৰম কুমাৰ দাস ডাঙৰীয়ালৈ "আটছা" মেকিপুৰ প্ৰাথমিক গোটৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো।

জয়তু আটছা ✊
জয় আই অসম 🙏

#আট্‌ছা_জিন্দাবাদ

অসম চাহ জনজাতি ছাত্ৰ সন্থা নাজিৰা শাখাৰ নৱ নিৰ্বাচিত সহকাৰী সম্পাদক ৰমেশ কৰ্মকাৰ  আৰু সাংগঠনিক সম্পাদক কৃষ্ণা কৈৰী দাদাল...
17/10/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা নাজিৰা শাখাৰ নৱ নিৰ্বাচিত সহকাৰী সম্পাদক ৰমেশ কৰ্মকাৰ আৰু সাংগঠনিক সম্পাদক কৃষ্ণা কৈৰী দাদালৈ "আটছা" মেকিপুৰ প্ৰাথমিক গোটৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো।


#আট্‌ছা_জিন্দাবাদ

অসম চাহ জনজাতি ছাএ সন্থা আটছা নাজিৰা শাখাৰ  তৃতীয় বাৰলৈ উপ সভাপতিৰ পদত  নিৰ্বাচিত হোৱা  পবিএ লাইক দাদালৈ "আটছা" মেকিপুৰ ...
17/10/2025

অসম চাহ জনজাতি ছাএ সন্থা আটছা নাজিৰা শাখাৰ তৃতীয় বাৰলৈ উপ সভাপতিৰ পদত নিৰ্বাচিত হোৱা পবিএ লাইক দাদালৈ "আটছা" মেকিপুৰ প্ৰাথমিক গোটৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো।


#আট্‌ছা_জিন্দাবাদ

Address

Mackeypore
Nazira
785685

Website

Alerts

Be the first to know and let us send you an email when Attsa Mackeypore -"Nazira" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category