Netaji Club O- Puthibharal

Netaji Club O- Puthibharal Activities

নেতাজী ক্লাৱ ও পুথিভঁৰালৰ উদ্যোগত নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৮ তম জন্মজয়ন্তী আৰু নেতাজী ক্লাৱ ও পুথিভঁৰালৰ ৪০ তম প্ৰতিষ্...
21/01/2025

নেতাজী ক্লাৱ ও পুথিভঁৰালৰ উদ্যোগত নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৮ তম জন্মজয়ন্তী আৰু নেতাজী ক্লাৱ ও পুথিভঁৰালৰ ৪০ তম প্ৰতিষ্ঠা দিৱস উদযাপনত সকলোৰে উপস্থিতি ও সহায় সহযোগীতা কামনা কৰা হ’ল। জয় হিন্দ

সকলোকে নেতাজী ক্লাৱ ও পুথিভঁৰালৰ তৰফৰ পৰা ৭৮ তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো। ক্লাৱত উদযাপন ...
15/08/2024

সকলোকে নেতাজী ক্লাৱ ও পুথিভঁৰালৰ তৰফৰ পৰা ৭৮ তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো। ক্লাৱত উদযাপন কৰা স্বাধীনতা দিৱসৰ কিছু আলোকচিত্ৰ। জয় হিন্দ,
নেতাজী ক্লাৱ ও পুথিভঁৰাল জিন্দাবাদ।
জয় আই অসম। ।

নৱ প্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো নেতাজী ক্লাৱ ও পুথিভঁৰালৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰী...
05/06/2024

নৱ প্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো নেতাজী ক্লাৱ ও পুথিভঁৰালৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনা কৃতি ছাত্ৰ-ছাত্ৰীক এটি ফুলাম গামোচা, মানপত্ৰ, কলম ও এটি বকুল গছৰ পুলিৰে যোৱা ইং ৩ জুন তাৰিখে কলাখোৱা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা জনোৱা হয়। উক্ত সভা অনুষ্ঠিত কৰাত সহায়-সহযোগীতা আগবঢ়োৱা সকলোকে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলো।
জয় হিন্দ

নেতাজী ক্লাৱ ও পুথিভঁৰালত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী সৰস্বতী পুজাৰ কিছু আলোকচিত্ৰ।
14/02/2024

নেতাজী ক্লাৱ ও পুথিভঁৰালত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী সৰস্বতী পুজাৰ কিছু আলোকচিত্ৰ।

সকলোকে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো। গণতন্ত্ৰ দিৱস উদযাপন উপলক্ষে ক্লাৱত ৰাষ্ট্ৰীয় ...
26/01/2024

সকলোকে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো। গণতন্ত্ৰ দিৱস উদযাপন উপলক্ষে ক্লাৱত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
জয় হিন্দ

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোত নেতাজী ক্লাৱ ও পুথিভঁৰালত এটি প্ৰস্ৰাৱগাৰৰ আধাৰশিলা স্থাপন কৰ...
23/01/2024

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোত নেতাজী ক্লাৱ ও পুথিভঁৰালত এটি প্ৰস্ৰাৱগাৰৰ আধাৰশিলা স্থাপন কৰা হয়।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নেতাজী ক্লাৱ ও পুথিভঁৰাল প্ৰাঙ্গণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন,নেতা...
23/01/2024

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নেতাজী ক্লাৱ ও পুথিভঁৰাল প্ৰাঙ্গণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন,নেতাজীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন ও সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।
জয় হিন্দ

18/01/2024

জয় হিন্দ 🙏

Address

Konwarpur, Kalakhowa
North Lakhimpur
787023

Website

Alerts

Be the first to know and let us send you an email when Netaji Club O- Puthibharal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category