NSUI Naoboicha Assembly

NSUI Naoboicha  Assembly NSUI Naoboicha Assembly

21/12/2021
আজি আমি নাওবৈচা সমষ্টি Nsui উদ্যোগত আয়োজন কৰা বক্তৃতা অনুষ্ঠানৰ কিছু আলোকচিত্ৰ।অভূত পূৰ্ব ছাত্ৰ ছাত্ৰীৰ সঁহাৰীয়ে আমাক য...
28/11/2021

আজি আমি নাওবৈচা সমষ্টি Nsui উদ্যোগত আয়োজন কৰা বক্তৃতা অনুষ্ঠানৰ কিছু আলোকচিত্ৰ।
অভূত পূৰ্ব ছাত্ৰ ছাত্ৰীৰ সঁহাৰীয়ে আমাক যথেষ্ট উৎসা যোগাইছে।
আমাৰ নিমন্ত্ৰণ ৰখা কৰি আমাৰ সভাখনত উপস্থিত হোৱা প্ৰতিগৰাকী সন্মানীয় অতিথি সকলক নাওবৈচা সমষ্টি nsui কমিটীৰ ফালৰ পৰা অনেক অনেক ধন্যবাদ ও কৃতজ্ঞা জ্ঞাপন কৰিছো।

আজি নাওবৈচা সমষ্টি NSUI Naoboicha  Assembly   ৰ উদ্যোগত জনসাধাৰণক মাধমাৰ সোধোৱা পেট্ৰল,ডিজেল ৰন্ধন গেছৰ আকাশলংঘী মূল্যৰব...
25/10/2021

আজি নাওবৈচা সমষ্টি NSUI Naoboicha Assembly ৰ উদ্যোগত জনসাধাৰণক মাধমাৰ সোধোৱা পেট্ৰল,ডিজেল ৰন্ধন গেছৰ আকাশলংঘী মূল্যৰবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

23/10/2021
আজি নাওবৈচা সমষ্টি   ৰ উদ্যোগত লখিমপুৰ মাৰ্কাজ একাডেমী প্ৰাংগনত  বিশেষ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্...
11/10/2021

আজি নাওবৈচা সমষ্টি ৰ উদ্যোগত লখিমপুৰ মাৰ্কাজ একাডেমী প্ৰাংগনত বিশেষ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে লখিমপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল খালেক ডাঙৰীয়া।
আগন্তুক দিনত ছাত্ৰ সমাজৰ লগতে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ লগতে বহুতো সুন্দৰ আৰু মূল্যবান পৰামৰ্শ দিয়ে।
তেখেতক আমাৰ কমিটী ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।
NSUI Naoboicha Assembly

06/10/2021

দৰং জিলাৰ ছিপাঝাৰ ধলপুৰ গৰুখুঁটিত উচ্ছেদিত লোকসকলৰ সৈতে সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ ল'বলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী জীৰ নিৰ্দেশ মৰ্মে কংগ্ৰেছ সংখ্যালঘু বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মাননীয় ইমৰান প্ৰতাপগড় জী আৰু অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি মাননীয় ৰকিবুল হুছেইন লগতে সতীৰ্থ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই ভ্ৰমণ কৰি উচ্ছেদিত লোকসকলৰ সৈতে মত বিনিময় কৰে

It was an absolute pleasure to learn from Chhattisgarh Chief Minister Sh. Bhupesh Baghel's experience during the meeting...
17/03/2021

It was an absolute pleasure to learn from Chhattisgarh Chief Minister Sh. Bhupesh Baghel's experience during the meeting at Naharkatia today.

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when NSUI Naoboicha Assembly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share