Utpal Borkataki

Utpal Borkataki Two things are infinite: the universe and human stupidity;

18/10/2024

নিবনুৱা সমস্যাৰ সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে এই পদক্ষেপ কেন্দ্ৰৰ। ইণ্টাৰ্নশ্বীপৰ সময়ত প্ৰাৰ্থীসকলক দিয়া হ'ব প্ৰতিমাহে ৫০০০ টকা । দেশৰ ৫০০ টা আগশাৰীৰ কোম্পানীত ইণ্টাৰ্নশ্বীপ কৰাৰ সুবিধা দিয়া হ'ব।

29/08/2024

আজি মমতা বেনাৰ্জীয়ে কৈছে বাংলা জ্বলিলে হেনো অসমো জ্বলিব। মমতা দিদি, আমি আপোনাক পুনৰাই মনত পেলাই দিব বিচাৰিছোঁ যে অসমত এতিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছে আৰু এই চৰকাৰৰ নেতৃত্ব লৈ আছে ড০ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ দৰে নিজৰ লাজ ঢাকিবলৈ নিজৰ বিৰুদ্ধে প্ৰতিবাদৰ নাটক কৰা মুখ্যমন্ত্ৰী নহয়, অপৰাধীক উচিত শাস্তি দিয়া মুখ্যমন্ত্ৰী আছে অসমত। আপোনাৰ এই চিঞৰত অসমে ভয় নকৰে।

মাথোঁ দুখ লাগিছে যে ৰিপুণ বৰাৰ দৰে ক্ষমতালোভী ৰাজনৈতিক নেতাসকলে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ আশাত নিজৰ জন্মভূমি অসমখনি জ্বলাই দিম বুলি কোৱা এগৰাকী নেত্ৰীৰ বহতীয়া হৈ আছে। তৃণমূল কংগ্ৰেছৰ মিত্ৰদল কংগ্ৰেছৰ অসমৰ নেতাসকলে এবাৰো ক’ব নোৱাৰিলে যে ৰাজনৈতিক মিত্ৰতাতকৈ আই অসমী বহুত ওপৰত। যি সময়ত মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ পৰা অসম জ্বলাই দিম বুলি ধমকি দি আছিল তেতিয়া অসম কংগ্ৰেছৰ সভাপতি, জাতীয় পৰিষদৰ নেতৃবৰ্গ আৰু তৃণমূল কংগ্ৰেছৰ অসমৰ নেতাসকল কিন্তু অসমত একেখন মঞ্চতে বহি আছিল।

21/01/2024


জয় শ্ৰীৰাম 🙏

18/01/2024
03/01/2024

অহা ২২ জানুৱাৰীত অযোধ্যাত ভগৱান শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সমগ্ৰ ভাৰতৰ ৰাম ভক্তলৈ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনাইছে এক বিশেষ আহ্বান।

Address

No. 3 Simaluguri
North Lakhimpur
784165

Telephone

+917636967605

Website

Alerts

Be the first to know and let us send you an email when Utpal Borkataki posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Utpal Borkataki:

Share

Category