NSUI Lakhimpur

NSUI Lakhimpur Join NSUI today
Lead the country tomorrow

05/04/2026
24/03/2026
30/01/2026
10/12/2025
11/10/2023

আজি লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকে ধৰি বহু কেইটা গুৰুত্বপুৰ্ণ পদত NSUI ৰ প্ৰাৰ্থীৰ বৃহৎ জয়লাভ কৰে।

আজি লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ দুটা গুৰুত্বপুৰ্ণ পদত এন এছ ইউ আইৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্ৱন্দ...
04/10/2023

আজি লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ দুটা গুৰুত্বপুৰ্ণ পদত এন এছ ইউ আইৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্ৱন্দীতাৰে জয়লাভ কৰে।
১)সাংস্কৃতিক সম্পাদক
২)লঘু ক্ৰিয়া সম্পাদক

লখিমপুৰ জিলা এন এছ ইউ আইৰ বাবে গৌৰৱৰ আৰু সুখৰ ক্ষণ, লখিমপুৰ জিলাৰ ঢকুৱাখনা মহাবিদ্যালয় এন এছ ইউ আই গোটৰ সদস্য শ্ৰীমান ধৰ...
18/09/2023

লখিমপুৰ জিলা এন এছ ইউ আইৰ বাবে গৌৰৱৰ আৰু সুখৰ ক্ষণ, লখিমপুৰ জিলাৰ ঢকুৱাখনা মহাবিদ্যালয় এন এছ ইউ আই গোটৰ সদস্য শ্ৰীমান ধৰনী কোৱঁ‌ৰে ভাৰতীয় সেনা বাহিনীত নিযুক্তি পাইছে। তেখেতলৈ আমি এন এছ ইউ আই পৰিয়ালে যাচিছো আন্তৰিক অভিনন্দন লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ‌।

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নৰ্থ বেংক কলেজৰ আজি বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এন এছ ইউ আই'ত যোগদান কৰে।
16/09/2023

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নৰ্থ বেংক কলেজৰ আজি বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এন এছ ইউ আই'ত যোগদান কৰে।

আজি লখিমপুৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনা কৰি মহাবিদ্যালয় গোট সমূহৰ গঠন প্ৰক্ৰিয়া সম্পন্ন কৰা ...
08/09/2023

আজি লখিমপুৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনা কৰি মহাবিদ্যালয় গোট সমূহৰ গঠন প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।

আজি লখিমপুৰ জিলা এন এছ ইউ আইয়ে মহাবিদ্যালয় গোট সমূহৰ সহযোগত লখিমপুৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলক সম্বৰ্ধনা ...
05/09/2023

আজি লখিমপুৰ জিলা এন এছ ইউ আইয়ে মহাবিদ্যালয় গোট সমূহৰ সহযোগত লখিমপুৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনাই।

Address

North Lakhimpur

Telephone

+918876142172

Website

Alerts

Be the first to know and let us send you an email when NSUI Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share