06/08/2025
অবিৰত জলসিঞ্চন,সমৃদ্ধ খেতিপথাৰ ।
লখিমপুৰ-ৰঙানদি-বিহপুৰীয়া জলসিঞ্চন সংমণ্ডলৰদ্বাৰা লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিত ৰূপায়ণ কৰা kamalpur Point No. 6 -'ৰ জৰিয়তে খেতিপথাৰলৈ যোগান ধৰা পানীৰে বহু কৃষকবন্ধুৱে খেতিলৈ খেতি কৰিবলৈ সক্ষম হৈছে।